নিউজ ডেস্ক, ১৬ জুন : গলৱান উপত্যকাত হোৱা সংঘৰ্ষত চীনা সৈন্যৰ হতাহতৰ সংখ্যা সন্দৰ্ভত টুইট কৰাৰ পাছত গ্লোবেল টাইমচৰ সংবাদদাতা বাংগ বেনবেনে নিজৰ ভাষ্য সলাই ভাৰতীয় সংবাদ মাধ্যমৰ তথ্যৰ আধাৰত পি এল এ হতাহত সন্দৰ্ভত টুইট কৰিছিল বুলি কয়।
উল্লেখ্য যে,ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ ফলত তিনি সেনা জোৱান শ্বহীদ হোৱাৰ খবৰ পোহৰলৈ অহাৰ পাছতেই বেনবেনে টুইট কৰি এল অ চিত পি এল এৰ পাঁচ সৈনিক নিহত আৰু এঘাৰ জোৱান আহত হোৱা বুলি সদৰি কৰিছিল।
লগতে পঢ়ক :
-
Reports say 5 PLA soldiers were killed and 11 were injured at LAC China-India border yesterday.
— Wang Wenwen (@WenwenWang1127) June 16, 2020 " class="align-text-top noRightClick twitterSection" data="
">Reports say 5 PLA soldiers were killed and 11 were injured at LAC China-India border yesterday.
— Wang Wenwen (@WenwenWang1127) June 16, 2020Reports say 5 PLA soldiers were killed and 11 were injured at LAC China-India border yesterday.
— Wang Wenwen (@WenwenWang1127) June 16, 2020