ETV Bharat / bharat

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত 4 সন্ত্ৰাসবাদী - সেনাৰ অভিযান

উক্ত স্থানতো সেনাৰে হোৱা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত দুটাকৈ সন্ত্ৰাসবাদী নিহত হয় ৷ বৰ্তমানলৈকে নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰিচয় উদ্ধাৰ হোৱা নাই বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিছে ৷

Four militants killed in separate gunfights in Jammu and Kashmir
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত 4 সন্ত্ৰাসবাদী
author img

By

Published : Oct 10, 2020, 9:26 PM IST

নেশ্যনেল ডেস্ক, ১০ অক্টোবৰঃ দক্ষিণ কাশ্মীৰত শনিবাৰে দুটাকৈ পৃথক পৃথক সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে চাৰিটা অচিনাক্ত সন্ত্ৰাসবাদীক হত্যা কৰে ৷ ইয়াৰে এটা সংঘৰ্ষ কুলগাম জিলাৰ চিঙ্গাম অঞ্চলত সংঘটিত হয়, য'ত নিশা চলা সেনাৰ অভিযানত দুটা সন্ত্ৰাসবাদী নিহত হয় ৷ অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত তথ্য লাভ কৰি নিৰাপত্তা বাহিনীয়ে শুকুবাৰে নিশা ঘেৰাও আৰু অনুসন্ধান অভিযান আৰম্ভ কৰে আৰু সন্ত্ৰাসবাদী কেইটাৰে হোৱা সংঘৰ্ষত সেনাৰ গুলীত নিহত হয় সন্ত্ৰাসবাদী কেইটা ৷

আনটো সংঘৰ্ষ দক্ষিণ কাশ্মীৰৰ পুলবামা দাদুৰা গাঁৱত দুপৰীয়াৰ ভাগত সংঘটিত হয় ৷ উক্ত স্থানতো সেনাৰে হোৱা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত দুটাকৈ সন্ত্ৰাসবাদী নিহত হয় ৷ বৰ্তমানলৈকে নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰিচয় উদ্ধাৰ হোৱা নাই বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিছে ৷

লগতে পঢ়ক: ৰহাৰ ফুলগুৰিত দুৰ্ঘটনাত পতিত ৰকিবুল হুছেইনৰ বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.