ETV Bharat / bharat

ICC ৰ অধ্যক্ষৰ পদত শশাংক মনোহৰক চাব বিচাৰোঃ বস ডেভ ক্যামৰেনে - ইংলেণ্ড

ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ বস ডেভ ক্যামৰেনে ICC ৰ নতুন অধ্যক্ষ হিচাপে শশাংক মনোহৰক চাব বিচাৰে । The United States Cricket Hall of Fame ৰ ফালৰ পৰা খেলুৱৈ গৰাকীলৈ লিখা এখন পত্ৰত উল্লেখ কৰি লিখিছে যে, খেলুৱৈ গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পদৰ বাবে মনোনয়ন দাখিল কৰিব লাগে ।

former-west-indies-boss-dave-cameron-joins-race-for-icc-chairmans-post

author img

By

Published : Jun 29, 2020, 4:29 PM IST

নিউজ ডেস্ক, ২৯ জুন : ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ বস ডেভ ক্যামৰেনে ICC ৰ নতুন অধ্যক্ষ হিচাপে শশাংক মনোহৰক চাব বিচাৰে । The United States Cricket Hall of Fame ৰ ফালৰ পৰা খেলুৱৈ গৰাকীলৈ লিখা এখন পত্ৰত উল্লেখ কৰি লিখিছে যে, খেলুৱৈ গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পদৰ বাবে মনোনয়ন দাখিল কৰিব লাগে । পত্ৰখনত আকৌ উল্লেখ কৰা হয় যে, আমি স্থায়ী বিত্তীয় পৰিষদ এখন গঠন কৰিব লাগে য'ত খেলুৱৈ সকলে নিজৰ যোগ্যতা অনুসৰি অৰ্জন কৰিব পাৰে । যি গৰাকীয়ে ২০১৩ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈ CWI ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে ।

former-west-indies-boss-dave-cameron-joins-race-for-icc-chairmans-post
ICC ৰ অধ্যক্ষৰ পদত শশাংক মনোহৰক চাব বিচাৰোঃ বস ডেভ ক্যামৰেনে

লগতে আৰু উল্লেখ কৰে যে, ভাৰত, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাৰ পৰা সহায় নোলোৱাকৈ খেলিবলৈ সক্ষম কিন্তু যি সমূহ সৰু দেশ তেওঁলোকে প্ৰতিবাৰে খেলাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাৰ পৰা সহায় ল'ব লগা হয় । গতিকে জুলাইত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাৰ বাৰ্ষিক সভাৰ আগতে এই পদটিৰ বাবে মনোনয়ন দাখিল কৰিব লাগে । যদিও বৰ্তমানলৈ England and Wales Cricket Board (ECB) ৰ অধ্যক্ষ কালিন গ্ৰোব আৰু BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলিৰ নাম আগত আহি আছে ।

লগতে খেলুৱৈ গৰাকীয়ে জনাই যে, বৰ্তমান খেলত বহুতো সংস্কাৰৰ প্ৰয়োজন হৈছে । খেলত আমি বিশ্বৰ প্ৰেক্ষাপটত চাবলৈ চেষ্টা কৰিব লাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.