নিউজ ডেস্ক,7 অক্টোবৰ: বুধবাৰে হিমাচল প্ৰদেশৰ চিমলাস্থিত নিজ বাসগৃহত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হৈছে নাগালেণ্ডৰ প্ৰাক্তন ৰাজ্যপাল তথা প্ৰাক্তন চিবিআইৰ নিৰ্দেশক অশ্বিনী কুমাৰৰ মৃতদেহ ৷
ৰাজ্যখনৰ চিমৌৰ জিলাৰ চিমলাত বাস কৰিছিল প্ৰাক্তন ৰাজ্যপাল গৰাকী ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: কৃষি আইনৰ আলোচনাৰ বাবে কেন্দ্ৰৰ আমন্ত্ৰণ নাকচ পঞ্জাৱৰ কৃষকৰ