ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবাজীৰাও পাটিল নিলাংগেকাৰৰ পৰলোকপ্ৰাপ্তি

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবাজীৰাও পাটিল নিলাংগেকাৰৰ পৰলোকপ্ৰাপ্তি ৷ 1985 চনৰ 3 জুনৰ পৰা 1986 চনৰ 6 মাৰ্চলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল নিলাংগেকাৰে ৷

পুনেত মৃত্যু নিলাংগেকাৰৰ
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবাজীৰাও পাটিল নিলাংগেকাৰৰ পৰলোকপ্ৰাপ্তি
author img

By

Published : Aug 5, 2020, 9:44 AM IST

নেশ্যনেল ডেস্ক, 5 আগষ্ট : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা শিবাজীৰাও পাটিল নিলাংগেকাৰৰ বুধবাৰে পৰলোকপ্ৰাপ্তি ঘটে ৷ উল্লেখ্য যে, এমাহ পূৰ্বে নিলাংগেকাৰ ক'ভিড-19 ত আক্ৰান্ত হৈছিল যদিও মৃত্যুৰ দুদিন পূৰ্বে ৰিপোৰ্ট নিগেটিভ আহিছিল ৷ বৰ্তমান তেওঁৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷

1985 চনৰ 3 জুনৰ পৰা 1986 চনৰ 6 মাৰ্চলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল নিলাংগেকাৰে ৷ ইয়াৰ পাচতে তেওঁ এই পদৰ পৰা পদত্যাগ কৰিছিল ৷

লগতে পঢ়ক : অন্ধ্ৰপ্ৰদেশৰ ধৰ্ষণ : আৰক্ষীৰ বিৰুদ্ধে বিজেপি নেতাৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.