ETV Bharat / bharat

অটল সুৰংগৰে পাৰ হ'ল সেনাৰ প্ৰথমটো কনভয় - অটল সুৰংগ

3 অক্টোবৰত মুকলি কৰা অটল সুৰংগৰে পাৰ হয় ভাৰতীয় সেনাৰ প্ৰথমটো কনভয় ৷ অটল সুৰংগটো উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক দেশৰ সুৰক্ষা বাহিনীৰ নামত উৎসৰ্গা কৰে ৷

অটল সুৰংগৰে পাৰ হ'ল সেনাৰ প্ৰথমটো কনভয়
অটল সুৰংগৰে পাৰ হ'ল সেনাৰ প্ৰথমটো কনভয়
author img

By

Published : Oct 8, 2020, 11:41 AM IST

নিউজ ডেস্ক, 8 অক্টোবৰ : হিমাচল প্ৰদেশৰ মানালীত শেহতীয়াকৈ মুকলি কৰা অটল সুৰংগৰে বুধবাৰে পাৰ হয় সেনাৰ প্ৰথমটো কনভয় ৷ মানালী আৰু লেহৰ মাজৰ 46 কিলোমিটাৰ দুৰত্বৰ সময়ত 4ৰ পৰা 5 ঘন্টালৈ কমাই আনে সামৰিক গুৰুত্বপূৰ্ণ অটল সুৰংগই ৷

বিগত 3 অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দহবছৰৰ কঠোৰ পৰিশ্ৰম আৰু চমকপ্ৰদ ভাৰতীয় কাৰিকৰী তথা আভিযান্ত্ৰিকীৰে নিৰ্মাণ কৰা 9.02 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো দেশবাসীৰ বাবে মুকলি কৰিছিল আৰু ইয়াক সেনাবাহিনীৰ বাবে উৎসৰ্গা কৰিছিল ৷ ৰোহটাংস্থিত এইটো সুৰংগই মানালীৰ পৰা লাহোৱাল ছিপ্টি ভেলীক সংযোগ কৰিছে ৷

লগতে পঢ়ক : আমেৰিকাৰ পৰা সশস্ত্ৰ ড্ৰোণ কিনাৰ কোনো সিদ্ধান্ত লোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰালয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.