ETV Bharat / bharat

নিৰ্মলা সীতাৰমণ লাইভ : কি কি বিষয় অৱতাৰণা কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে !

author img

By

Published : May 14, 2020, 4:09 PM IST

Updated : May 14, 2020, 5:28 PM IST

finance minister nirmala sitaraman live from delhi

17:05 May 14

কি কি বিষয় অৱতাৰণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে !

  • নাবাৰ্ড বেংকৰ জৰিয়তে 30 হাজাৰ কোটি টকাৰ জৰুৰীকালীন মূলধনী সাহাৰ্য দিয়া হব ৷
  • যিয়ে ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলৰ পৰা ৰবি শস্যৰ ক্ৰয়ৰ ব্যৱস্থা কৰোৱা হ'ব ৷
  • 3 কোটি ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক ইয়াৰ দ্বাৰা উপকৃত হব বুলি আশা কৰা হৈছে ৷
  • মাছমৰীয়া আৰু পশুপালক সকলকো কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান কৰা হ'ব ৷
  • 2.5 কোটি লোক ইয়াৰ দ্বাৰা উপকৃত হব ৷

16:57 May 14

  • মধ্যমীয়া আয়ৰ লোকসকল যাৰ বছৰি উপাৰ্জন 6 লাখৰ পৰা 18 লাখৰ ভিতৰত, তেওঁলোকৰ বাবে ইতিমধ্যে থকা ক্ৰেডিট লিংকড চাবচিদি গৃহ নিৰ্মাণ আঁচনি 2021 চনৰ মাৰ্চ  মাহলৈ বৃদ্ধি কৰা হ'ব ৷
  • 2.5 লাখ লোক ইয়াৰ দ্বাৰা লাভৱান হোৱাৰ আশা কৰা হৈছে ৷
  • জনজাতীয় লোকসকলৰ নিয়োগ সৃষ্টিৰ বাবে CAMPA আঁচনিৰ অধীনত বিভিন্ন ৰাজ্যত ব্যৱস্থা লোৱা হ'ব ৷

16:51 May 14

  • মুদ্ৰা শিশু লোনৰ ঋণৰ ক্ষেত্ৰত 2 শতাংশ মাফ কৰা হ'ব ৷ ইযাৰ দ্বাৰা সমগ্ৰ দেশৰ 3 কোটি লোক লাভৱান হ'ব ৷
  • পদপথৰ ব্যৱসায়ীৰ ক্ষেত্ৰত অহা 1 মাহৰ ভিতৰত বিশেষ আঁচনি গ্ৰহণ কৰা হ'ব ৷
  • লক্ ডাউন শেহ হোৱা পাচত সমগ্ৰ দেশত থকা 50 লাখ পদপথৰ ব্যৱসায়ীক 10 হাজাৰ টকালৈ মূলধনী সাহাৰ্য আগবঢ়োৱা হ'ব ৷

16:44 May 14

  • চৰকাৰে এক দেশ এক ৰেচন কাৰ্ড নীতি প্ৰৱৰ্তন কৰিব, যাৰ দ্বাৰা এখন ৰাজ্যৰ শ্ৰমিকে আন ৰাজ্যতো এই কাৰ্ডৰ সুবিধা গ্ৰহণ কৰিব পাৰিব ৷
  • প্ৰৱজনকাৰী শ্ৰমিকসকল আৰু নগৰীয়া দৰিদ্ৰ লোকৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আন ৰাজ্যতো সুলভ মূল্যৰ ভাৰাঘৰৰ ব্যৱস্থা কৰা হ'ব ৷

16:37 May 14

  • প্ৰৱজনকাৰী শ্ৰমিকসকলৰ কাৰণে, যাৰ ৰেচন কাৰ্ড নাই তেওঁলোককো গাইপতি পাঁচ কেজি চাউল আৰু ঘৰে পতি এক কিলোগ্ৰাম দাইল অহা দুমাহৰ বাবে যোগান ধৰা হ'ব ৷
  • আঠ কোটি শ্ৰমিক ইয়াৰ দ্বাৰা লাভৱান হ'ব ৷
  • এই আঁচনি ৰূপায়ন কৰিব ৰাজ্য চৰকাৰে ৷

16:27 May 14

  • শ্ৰমিকৰ কল্যাণৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিছে ৷
  • দহজন বাব তাতকৈ বেছি কৰ্মচাৰী নিয়োজিত থকা কোম্পানীসমূহত ESIC সুবিধা থকাতো বাধ্যতামূলক হ'ব ৷
  • সকলো শ্ৰমিকৰ বাবে নিযুক্তিপত্ৰ আৰু বছৰত এবাৰকৈ তেওঁলোকৰ স্বাস্থ্যপৰীক্ষা কৰোৱাতো বাধ্যতামূলক হব ৷
  • শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষা আঁচনি বাধ্যতামূলক কৰা হ'ব ৷
  •  

16:20 May 14

  • যোৱা দুমাহত 7200 আত্মসহায়ক গোট নতুনকৈ গঠন কৰা হৈছে, যাতে COVID-19 আক্ৰান্ত সকলক বিভিন্ন ধৰণে সহায় কৰিব পাৰে ৷
  • প্ৰৱজনকাৰী শ্ৰমিকৰ আৱাস স্থলত দিনে তিনিবাৰকৈ খাদ্য উপলব্ধ কৰোৱা হৈছে ৷
  • শ্ৰমিকৰ মজুৰী 182 টকাৰ পৰা 202 টকালৈ বৃদ্ধি কৰা হৈছে ৷
  • অহা মে' মাহৰ 31 তাৰিখলৈকে শ্ৰমিকৰ কাৰণে 14.62 কোটি গাইপতি কাম সৃষ্টি কৰা হৈছে ৷
  • এই কামসমূহ লাভৰ বাবে শ্ৰমিকসকলে দেশৰ যিকোনো ৰাজ্যতে পঞ্জীয়ন কৰাব পাৰে ৷

16:15 May 14

  • নাবাৰ্ড বেংকে গ্ৰাম্য কোঅপাৰেটিভ বেংকসমূহৰ জৰিয়তে 25000 কোটি টকাৰ নিবেশ কৰিছে ৷
  • COVID-19 চলি থকা সময়ত 4200 কোটি গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ বাবে মুকলি কৰি দিয়া হৈছে ৷
  • কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক 6700 কোটি টকা মোকলাই দিছে গ্ৰাম্য কৃষকৰ উৎপাদিত ফচল ক্ৰয়ৰ বাবে ৷
  • প্ৰৱজনকাৰী শ্ৰমিকৰ আৱাস আৰু খাদ্যৰ বাবে 11000 কোটি টকা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ জৰিয়তে মুকলি কৰি দিয়া হৈছে ৷

16:10 May 14

নিৰ্মলা সীতাৰমণ লাইভ : কি কি বিষয় অৱতাৰণা কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে !

  • 25 লাখ নতুন কিষাণ ক্ৰেডিট কাৰ্ড যোগান ধৰা হ'ব ৷
  • কৃষকসকলক আগবঢ়োৱা হ'ব 25 হাজাৰ কোটি টকা ৷

15:43 May 14

দিল্লীৰ পৰা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল

9 টা পদদক্ষেপৰ বিষয়ে ঘোষণা :

  • 3 টা প্ৰৱজনকাৰী শ্ৰমিক
  • এটা শিশু মুদ্ৰা লোন
  • এটা পদপথৰ ব্যৱসায়ী
  • এটা গৃহ আঁচনি
  • এটা জনজাতীয় লোকৰ বাবে নিয়োগ সৃষ্টি
  • দুটা কৃষক সকলৰ বাবে ৷

Last Updated : May 14, 2020, 5:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.