, আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সান্ধুৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ, স্মিতা শৰ্মা, ভাৰতীয়-আমেৰিকান সমাজ, হাইড্ৰক্সি ক্লৰ’কুইন, ক’ভিড-১৯, ভাৰতীয় ৰাষ্ট্ৰদূত", "primaryImageOfPage": { "@id": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6879240-thumbnail-3x2-america.jpg" }, "inLanguage": "as", "publisher": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "contentUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6879240-thumbnail-3x2-america.jpg" } } }
, আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সান্ধুৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ, স্মিতা শৰ্মা, ভাৰতীয়-আমেৰিকান সমাজ, হাইড্ৰক্সি ক্লৰ’কুইন, ক’ভিড-১৯, ভাৰতীয় ৰাষ্ট্ৰদূত", "articleSection": "bharat", "articleBody": "সংকটৰ সময়ত ভাৰতীয়-আমেৰিকান সমাজ আৰু অনুষ্ঠানসমূহে আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ কাষত থিয় দিয়াৰ বাবে ভাৰতীয় দূতাবাস আৰু কনছ্যুলেটৰক সহায়-সহযোগিতা কৰিছে । বিশেষকৈ প্ৰায় ২০০,০০০ ছাত্ৰ-ছাত্ৰীক সহায়-সাহাৰ্য আগবঢ়োৱা হৈছে । বহুতে ভাৰতীয়সকলক থাকিবলৈ দিয়াৰ বাবে নিজৰ হোটেলবোৰ খুলিছে,আন কিছুমানে খাদ্য,ঔষধ আদি যোগান ধৰি সহায় কৰিছে। জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধুৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰিছিল ।আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত আন সকলো দেশকে চেৰ পেলাইছে । শনিবাৰে আবেলিলৈকে দেশখনত আক্ৰান্তৰ সংখ্যা আছিল ৭৩,৪০০০ । উক্ত দিনালৈকে দেশখনত মৃত্যুৰ সংখ্যা আছিল ৩৮,৮০০ । আমেৰিকাত ২৪ ঘণ্টাত প্ৰায় ১৯০০ মানুহৰ মৃত্যু হৈছে । যদিও অধিকাংশ আমেৰিকানেই লক ডাউনত আছে তথাপি অতিমাৰীয়ে সৃষ্টি কৰা বিস্তৰ অৰ্থনৈতিক লোকচানৰ সন্মুখীন হোৱাৰ ফলত কমকৈ আক্ৰান্ত লোক থকা বহুসংখ্যক ৰাজ্যৰ লোকে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । An engaging interaction with Indian students in the US on Instagram Live this afternoon. Thank you Rohan and India Student Hub Team for coordinating the session. Young students are our future and we look for innovative ideas from them. pic.twitter.com/OPuInfR4WZ— Taranjit Singh Sandhu (@SandhuTaranjitS) April 12, 2020 এই সংকটৰ সময়ত ভাৰতীয়-আমেৰিকান সমাজ আৰু অনুষ্ঠানসমূহে আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ কাষত থিয় দিয়াৰ বাবে ভাৰতীয় দূতাবাস আৰু কনছ্যুলেটৰক সহায়-সহযোগিতা কৰিছে । বিশেষকৈ প্ৰায় ২০০,০০০ ছাত্ৰ-ছাত্ৰীক সহায়-সাহাৰ্য আগবঢ়োৱা হৈছে । বহুতে ভাৰতীয়সকলক থাকিবলৈ দিয়াৰ বাবে নিজৰ হোটেলবোৰ খুলিছে,আন কিছুমানে খাদ্য,ঔষধ আদি যোগান ধৰি সহায় কৰিছে। জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধুৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰিছিল । এই আছুতীয়া কথা-বতৰাত ৰাষ্ট্ৰদূত সান্ধুৱে জনায় যে ভাৰত আৰু আমেৰিকাই চিকিৎসাৰ ক্ষেত্ৰতখনতো সহযোগিতাৰে কাম কৰি আছে । ভাৰতে আমেৰিকাক হাইড্ৰক্সি ক্লৰ’কুইন (এইচ চি কিউ) যোগান ধৰি ক’ভিড-১৯ বিৰোধী যুঁজখনত সহায় কৰিছে । ভাৰতে এই চি কিউ নামৰ এই মেলেৰিয়াৰ ঔষধবিধ আমেৰিকা,জাৰ্মানীকে ধৰি পঞ্চাশখনতকৈ অধিক দেশক বাণিজ্যিক আৰু মানৱীয় দৃষ্টিভংগীৰে যোগান ধৰিছে । ভিছাৰ সমস্যাটো দূৰ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত আলোচনা অব্যাহত আছে বুলিও ৰাষ্ট্ৰদূত সান্ধুৱে আশ্বাস দিয়ে । তেওঁৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰটো আগবঢ়োৱা হ’ল । ভাৰতে আমেৰিকাক হাইড্ৰক্সি ক্লৰ’কুইন যোগান ধৰিছেআমেৰিকাত থকা ভাৰতীয়সকলক সহায় কৰা হৈছে, ভিছাৰ বিয়য়টোত আলোচনা অব্যাহতঃ তৰণজিৎ সান্ধুতৰণজিৎ সান্ধু- এইচ চি কিউ যোগান ধৰিবলৈ পাই গৰ্বিতঃ সান্ধুপ্ৰশ্ন—আমেৰিকাৰ বৰ্তমানৰ পৰিস্থিতিৰ লগতে বৰ্তমান অব্যাহত থকা লক ডাউনৰ মাজত আপুনি আৰু ভাৰতীয় দূতাবাসে কিমান সংখ্যক ভাৰতীয়ৰ কাষত থিয় দিছে?তৰণজিৎ সান্ধু—আমেৰিকাৰ আটাইকেইখন অৰ্থাৎ ৫০ খন ৰাজ্যক ধৰি মুঠ ৬.৩২ লাখ লোক আক্ৰান্ত হৈছে । ইয়াৰে ৩৩ শতাংশই নিউয়ৰ্কত । একে সময়তে জনসংখ্যাৰ ৯০ শতাংশ লকডাউনৰ অধীনত বা ঘৰতে আছে । দেশখনত মুঠ ২০০,০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে । প্ৰায় ১২৫,০০০ এইচ ১ বি ভিছা আৰু ৬০০,০০০ ভাৰতীয়ৰ গ্ৰীণ কাৰ্ড আছে । ইয়াৰ উপৰি কম দিনৰ বাবে যোৱা লোক বা বহুসংখ্যক পৰ্যটকো আছে । আমাৰ দূতাবাস আৰু কনছ্যুলেটে প্ৰথম দিনৰ পৰাই সক্ৰিয়তাৰে কাম কৰি আছে । আজিৰ তৰিখত আমেৰিকাত থকা প্ৰায় সংখ্যক ভাৰতীয় নাগৰিকৰ সৈতে আমি প্ৰত্যক্ষ যোগাযোগত আছো। Thanks to the Indian Community in Orlando for extending help to J1 students stranded due to #COVID19 with accommodation in their hotel. A kind gesture by students to cook for the hotel staff. @IndianEmbassyUS @HarshShringla @MEAIndia @SandhuTaranjitS pic.twitter.com/KtOwFmNC3r— India in Atlanta (@CGI_Atlanta) April 15, 2020 প্ৰশ্ন—আবদ্ধ হৈ থকা ভাৰতীয় লোকসকল বিশেষকৈ শিক্ষাৰ্থীসকলৰ সৈতে আপুনি কেনেদৰে যোগাযোগ ৰক্ষা কৰিছে ?তৰণজিৎ সান্ধু—আমি ভাৰতীয় লোকসকল আৰু শিক্ষাৰ্থীসকলৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰত সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম—টুইটাৰ,ফেচবুক, ইনষ্টাগ্ৰাম আৰু আমাৰ ৱেবছাইটত অতি সক্ৰিয় ভূমিকা পালন কৰিছো। বিশ্ব স্বাস্থ্য সংস্থাই ১১ মাৰ্চত কৰ’ণা ভাইৰাছক অতিমাৰী ঘোষণা কৰাৰ দিনাই আমাৰ দূতাবাসত আৰু আমেৰিকাত থকা পাঁচটা কনছ্যুলেটত আমি ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা হেল্পলাইন স্থাপন কৰিছিলো। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমি এটা বিশেষ সেৱা ৰাখিছো যিটো প্ৰতিদিনে পুৱা এঘাৰ বজাৰ পৰা আবেলি পাঁচ বজালৈকে খোলা থাকে । এই সেৱাৰ জৰিয়তে ৮ হাজাৰ লিংকৰ সহায়ত ৫০০০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰি ১১ এপ্ৰিলত আমি ইনষ্টাগ্ৰাম লাইভ কৰিছিলো। ইয়াৰ জৰিয়তে ২৫০০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছো। আমি লগতে ২০ খন বিস্তৃত পৰামৰ্শাৱলীও প্ৰকাশ কৰিছো। এই পৰামৰ্শাৱলী মূলতঃ ছাত্ৰ-ছাত্ৰীৰ বাবে। আমি ইয়াৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান তথা আমেৰিকাত থকা অধিকাংশ ভাৰতীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ ৰক্ষা কৰিছো। আমেৰিকাৰ প্ৰৱাসী সকলৰ বাবে প্ৰকাশ কৰা এখন বিবৃতিপ্ৰশ্ন—বহু আবদ্ধ ভাৰতীয়ই ঘৰলৈ উভতি অহাৰ আবেদন কৰি আছে । বিশেষকৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ কোনোবোৰ জৰুৰীকালীন অনুৰোধ ৰক্ষা কৰা হৈছে আৰু তেওঁলোকক আপুনি কি পৰামৰ্শ দিব ? সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে এই সংকটৰ সময়ত কেনেধৰণৰ সহায় আগবঢ়াইছে ?তৰণজিৎ সান্ধু—ছাত্ৰ-ছাত্ৰীসকলক আমি প্ৰত্যক্ষভাৱে সহায় কৰিছো। প্ৰথমতে হ’ল স্বাস্থ্যসেৱাৰ সুবিধা । উদাহৰণস্বৰূপে কলোৰেডোত এগৰাকী ভাৰতীয় ছাত্ৰ আৰু তেওঁৰ পৰিয়ালে জৰুৰী অৱস্থাৰ সন্মুখীন হোৱাত আমি সহায় কৰো । আমি লগে লে স্থানীয় কৰ্তৃপক্ষ আৰু চিকিৎসকৰ সৈতে যোগাযোগ কৰো আৰু তেওঁলোকক সহায় কৰিবলৈ সক্ষম হওঁ । Supporting our partners in the fight against #Covid19. Consignment of hydroxichloroquine from India arrived at Newark airport today. pic.twitter.com/XZ6utQ6JHr— Taranjit Singh Sandhu (@SandhuTaranjitS) April 11, 2020 তদুপৰি থকাক লৈ যিসকলৰ সমস্যা আছে তেওঁলোকৰ বাবে আমি অধিকাংশ বিশ্ববিদ্যালয়কে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক থকাৰ সুবিধা প্ৰদান কৰিবলৈ সৈমান কৰাত সফল হৈছো । আনকি তেওঁলোকে গাইগুটীয়াকৈ কোঠা লাভ কৰিছে । ইয়াৰ উপৰি আমি ভাৰতীয়-আমেৰিকান হোটেল স্বত্বাধিকাৰসকলৰ সৈতে যোগাযোগ কৰিছো ।তেওঁলোকেও সহৃদয়তা দেখুৱাইছে । তেওঁলোকে বহু ভাৰতীয় লোক বিশেষকৈ ছাত্ৰ-ছাত্ৰীক থকাৰ সুবিধা প্ৰদান কৰিছে । কিছুমানে খাদ্যৰ ক্ষেত্ৰত সহায় বিচাৰিছে, তেওঁলোককো স্থানীয় সমাজৰ জৰিয়তে সহায় কৰা হৈছে । আমি জৰুৰীকালীন ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সৈতেও যোগাযোগ ৰাখিছো। দূতাবাস আৰু সকলো কনছ্যুলেটে এই কাৰ্যাৱলী কৰি আছে । বহু ভাৰতীয়-আমেৰিকান সমাজৰ লোকে আমাক এই ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিছে । হাইড্ৰক্সি ক্লৰ’কুইন (এইচ চি কিউ) টেবলেটপ্ৰশ্ন—ভিছাৰ লগত জড়িত বিভিন্ন গুৰুতৰ বিষয় আছে,বিশেষকৈ এইচ ১ বি ভিছা থকা লোকসকলৰ কি হ’ব তাকে লৈ চিন্তাৰ উদ্ৰেক হৈছে । এই সন্দৰ্ভত আপোনাৰ মতামত জানিব বিচাৰিছো। তৰণজিৎ সান্ধু—বিশেষকৈ এইচ ১ বি,জে ১,এফ ১ ভিছাৰ লগত জড়িত বিভিন্ন বিষয় আছে । আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছো। পৰিস্থিতি সুস্থিৰ হ’লে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । কিন্তু মই সকলোকে আমাৰ পৰামৰ্শাৱী চাবলৈ অনুৰোধ জনাম। তাত সকলো স্পষ্টকৈ উল্লেখ কৰা আছে । ভিছাৰ ক্ষেত্ৰত ভাৰতীয় নাগিৰকসকলে কি সমস্যাৰ সন্মুখীন হৈ আহিছে সেই বিষয়ে আমেৰিকাৰ কৰ্তৃপক্ষক জনাবলৈ কাৰ লগত যোগাযোগ কৰিব লাগিব সেই বিষয়ে তাত উল্লেখ আছে ।ভাৰতে আমেৰিকাক হাইড্ৰক্সি ক্লৰ’কুইন যোগান ধৰিছেপ্ৰশ্ন—কূটনৈতিক মিত্ৰ হিচাপে ভাৰত আৰু আমেৰিকাই কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ কেনেদৰে সহযোগিতাৰ আদান-প্ৰদান কৰি আছে ?তৰণজিৎ সান্ধু—কৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত যথেষ্ট সহযোগিতা আছে । দুয়োখন দেশৰ চৰকাৰী-বেচৰকাৰী উভয় খণ্ডই দেশ দুখনলৈ ভাবুকি অনা কৰ’ণা ভাইৰাছ অতিমাৰীৰ বিৰুদ্ধে দীৰ্ঘকালীনভাৱে একেলগে যুঁজিব লাগিব। দেশ দুখনৰ ফাৰ্মাচিউটিকেল আৰু মেডিকেল কোম্পানীসমূহৰ মাজত সম্পৰ্ক আছে । আমেৰিকা যুক্তৰাষ্ট্ৰত এইচ চি কিউৰ বৃহৎ পৰিমাণে চাহিদা আছে । ভাৰতবৰ্ষ এই ঔষধবিধৰ উৎপাদনকাৰী পৃথিৱীৰ দেশসমূহৰ ভিতৰত অন্যতম । আমি এই যোগানৰ অংশ হ’বলৈ পাই গৌৰৱবোধ কৰিছো। বিশ্বাসযোগ্য বন্ধু হিচাপে আমি সহযোগিতা আগবঢ়াই যাম । ইয়াৰ লগতে পৰীক্ষা সঁজুলি ভেণ্টিলেটৰ,পি পি ই কিট আদিৰ বাবে বহু ভাৰতীয় কোম্পানীয়ে আমেৰিকাৰ সৈতে যোগাযোগ কৰি আছে ।লগতে চাওকঃ ভাৰতীয় বায়ুসেনাৰ উদ্যোগত পৰিবহন ৪৫০ টন মেডিকেল সামগ্ৰী", "url": "https://www.etvbharat.com/assamese/assam/bharat/bharat-news/exclusive-interview-with-taranjit-sandhu/assam20200421140434953", "inLanguage": "as", "datePublished": "2020-04-21T14:04:48+05:30", "dateModified": "2020-04-21T14:04:48+05:30", "dateCreated": "2020-04-21T14:04:48+05:30", "thumbnailUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6879240-thumbnail-3x2-america.jpg", "mainEntityOfPage": { "@type": "WebPage", "@id": "https://www.etvbharat.com/assamese/assam/bharat/bharat-news/exclusive-interview-with-taranjit-sandhu/assam20200421140434953", "name": "আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সান্ধুৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ", "image": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6879240-thumbnail-3x2-america.jpg" }, "image": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6879240-thumbnail-3x2-america.jpg", "width": 1200, "height": 900 }, "author": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com/author/undefined" }, "publisher": { "@type": "Organization", "name": "ETV Bharat Assam", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/static/assets/images/etvlogo/assamese.png", "width": 82, "height": 60 } } }

ETV Bharat / bharat

আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সান্ধুৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ - ক’ভিড-১৯

সংকটৰ সময়ত ভাৰতীয়-আমেৰিকান সমাজ আৰু অনুষ্ঠানসমূহে আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ কাষত থিয় দিয়াৰ বাবে ভাৰতীয় দূতাবাস আৰু কনছ্যুলেটৰক সহায়-সহযোগিতা কৰিছে । বিশেষকৈ প্ৰায় ২০০,০০০ ছাত্ৰ-ছাত্ৰীক সহায়-সাহাৰ্য আগবঢ়োৱা হৈছে । বহুতে ভাৰতীয়সকলক থাকিবলৈ দিয়াৰ বাবে নিজৰ হোটেলবোৰ খুলিছে,আন কিছুমানে খাদ্য,ঔষধ আদি যোগান ধৰি সহায় কৰিছে। জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধুৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰিছিল ।

আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সান্ধুৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ
আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সান্ধুৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ
author img

By

Published : Apr 21, 2020, 2:04 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত আন সকলো দেশকে চেৰ পেলাইছে । শনিবাৰে আবেলিলৈকে দেশখনত আক্ৰান্তৰ সংখ্যা আছিল ৭৩,৪০০০ । উক্ত দিনালৈকে দেশখনত মৃত্যুৰ সংখ্যা আছিল ৩৮,৮০০ । আমেৰিকাত ২৪ ঘণ্টাত প্ৰায় ১৯০০ মানুহৰ মৃত্যু হৈছে । যদিও অধিকাংশ আমেৰিকানেই লক ডাউনত আছে তথাপি অতিমাৰীয়ে সৃষ্টি কৰা বিস্তৰ অৰ্থনৈতিক লোকচানৰ সন্মুখীন হোৱাৰ ফলত কমকৈ আক্ৰান্ত লোক থকা বহুসংখ্যক ৰাজ্যৰ লোকে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

  • An engaging interaction with Indian students in the US on Instagram Live this afternoon. Thank you Rohan and India Student Hub Team for coordinating the session. Young students are our future and we look for innovative ideas from them. pic.twitter.com/OPuInfR4WZ

    — Taranjit Singh Sandhu (@SandhuTaranjitS) April 12, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই সংকটৰ সময়ত ভাৰতীয়-আমেৰিকান সমাজ আৰু অনুষ্ঠানসমূহে আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ কাষত থিয় দিয়াৰ বাবে ভাৰতীয় দূতাবাস আৰু কনছ্যুলেটৰক সহায়-সহযোগিতা কৰিছে । বিশেষকৈ প্ৰায় ২০০,০০০ ছাত্ৰ-ছাত্ৰীক সহায়-সাহাৰ্য আগবঢ়োৱা হৈছে । বহুতে ভাৰতীয়সকলক থাকিবলৈ দিয়াৰ বাবে নিজৰ হোটেলবোৰ খুলিছে,আন কিছুমানে খাদ্য,ঔষধ আদি যোগান ধৰি সহায় কৰিছে। জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধুৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰিছিল । এই আছুতীয়া কথা-বতৰাত ৰাষ্ট্ৰদূত সান্ধুৱে জনায় যে ভাৰত আৰু আমেৰিকাই চিকিৎসাৰ ক্ষেত্ৰতখনতো সহযোগিতাৰে কাম কৰি আছে । ভাৰতে আমেৰিকাক হাইড্ৰক্সি ক্লৰ’কুইন (এইচ চি কিউ) যোগান ধৰি ক’ভিড-১৯ বিৰোধী যুঁজখনত সহায় কৰিছে । ভাৰতে এই চি কিউ নামৰ এই মেলেৰিয়াৰ ঔষধবিধ আমেৰিকা,জাৰ্মানীকে ধৰি পঞ্চাশখনতকৈ অধিক দেশক বাণিজ্যিক আৰু মানৱীয় দৃষ্টিভংগীৰে যোগান ধৰিছে । ভিছাৰ সমস্যাটো দূৰ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত আলোচনা অব্যাহত আছে বুলিও ৰাষ্ট্ৰদূত সান্ধুৱে আশ্বাস দিয়ে । তেওঁৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰটো আগবঢ়োৱা হ’ল ।

Exclusive Interview with Taranjit Sandhu
ভাৰতে আমেৰিকাক হাইড্ৰক্সি ক্লৰ’কুইন যোগান ধৰিছে

আমেৰিকাত থকা ভাৰতীয়সকলক সহায় কৰা হৈছে, ভিছাৰ বিয়য়টোত আলোচনা অব্যাহতঃ তৰণজিৎ সান্ধু

তৰণজিৎ সান্ধু- এইচ চি কিউ যোগান ধৰিবলৈ পাই গৰ্বিতঃ সান্ধু

প্ৰশ্ন—আমেৰিকাৰ বৰ্তমানৰ পৰিস্থিতিৰ লগতে বৰ্তমান অব্যাহত থকা লক ডাউনৰ মাজত আপুনি আৰু ভাৰতীয় দূতাবাসে কিমান সংখ্যক ভাৰতীয়ৰ কাষত থিয় দিছে?

তৰণজিৎ সান্ধু—আমেৰিকাৰ আটাইকেইখন অৰ্থাৎ ৫০ খন ৰাজ্যক ধৰি মুঠ ৬.৩২ লাখ লোক আক্ৰান্ত হৈছে । ইয়াৰে ৩৩ শতাংশই নিউয়ৰ্কত । একে সময়তে জনসংখ্যাৰ ৯০ শতাংশ লকডাউনৰ অধীনত বা ঘৰতে আছে ।

দেশখনত মুঠ ২০০,০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে । প্ৰায় ১২৫,০০০ এইচ ১ বি ভিছা আৰু ৬০০,০০০ ভাৰতীয়ৰ গ্ৰীণ কাৰ্ড আছে । ইয়াৰ উপৰি কম দিনৰ বাবে যোৱা লোক বা বহুসংখ্যক পৰ্যটকো আছে । আমাৰ দূতাবাস আৰু কনছ্যুলেটে প্ৰথম দিনৰ পৰাই সক্ৰিয়তাৰে কাম কৰি আছে । আজিৰ তৰিখত আমেৰিকাত থকা প্ৰায় সংখ্যক ভাৰতীয় নাগৰিকৰ সৈতে আমি প্ৰত্যক্ষ যোগাযোগত আছো।

প্ৰশ্ন—আবদ্ধ হৈ থকা ভাৰতীয় লোকসকল বিশেষকৈ শিক্ষাৰ্থীসকলৰ সৈতে আপুনি কেনেদৰে যোগাযোগ ৰক্ষা কৰিছে ?

তৰণজিৎ সান্ধু—আমি ভাৰতীয় লোকসকল আৰু শিক্ষাৰ্থীসকলৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰত সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম—টুইটাৰ,ফেচবুক, ইনষ্টাগ্ৰাম আৰু আমাৰ ৱেবছাইটত অতি সক্ৰিয় ভূমিকা পালন কৰিছো। বিশ্ব স্বাস্থ্য সংস্থাই ১১ মাৰ্চত কৰ’ণা ভাইৰাছক অতিমাৰী ঘোষণা কৰাৰ দিনাই আমাৰ দূতাবাসত আৰু আমেৰিকাত থকা পাঁচটা কনছ্যুলেটত আমি ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা হেল্পলাইন স্থাপন কৰিছিলো। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমি এটা বিশেষ সেৱা ৰাখিছো যিটো প্ৰতিদিনে পুৱা এঘাৰ বজাৰ পৰা আবেলি পাঁচ বজালৈকে খোলা থাকে । এই সেৱাৰ জৰিয়তে ৮ হাজাৰ লিংকৰ সহায়ত ৫০০০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰি ১১ এপ্ৰিলত আমি ইনষ্টাগ্ৰাম লাইভ কৰিছিলো। ইয়াৰ জৰিয়তে ২৫০০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছো। আমি লগতে ২০ খন বিস্তৃত পৰামৰ্শাৱলীও প্ৰকাশ কৰিছো। এই পৰামৰ্শাৱলী মূলতঃ ছাত্ৰ-ছাত্ৰীৰ বাবে। আমি ইয়াৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান তথা আমেৰিকাত থকা অধিকাংশ ভাৰতীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ ৰক্ষা কৰিছো।

Exclusive Interview with Taranjit Sandhu
আমেৰিকাৰ প্ৰৱাসী সকলৰ বাবে প্ৰকাশ কৰা এখন বিবৃতি

প্ৰশ্ন—বহু আবদ্ধ ভাৰতীয়ই ঘৰলৈ উভতি অহাৰ আবেদন কৰি আছে । বিশেষকৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ কোনোবোৰ জৰুৰীকালীন অনুৰোধ ৰক্ষা কৰা হৈছে আৰু তেওঁলোকক আপুনি কি পৰামৰ্শ দিব ? সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে এই সংকটৰ সময়ত কেনেধৰণৰ সহায় আগবঢ়াইছে ?

তৰণজিৎ সান্ধু—ছাত্ৰ-ছাত্ৰীসকলক আমি প্ৰত্যক্ষভাৱে সহায় কৰিছো। প্ৰথমতে হ’ল স্বাস্থ্যসেৱাৰ সুবিধা । উদাহৰণস্বৰূপে কলোৰেডোত এগৰাকী ভাৰতীয় ছাত্ৰ আৰু তেওঁৰ পৰিয়ালে জৰুৰী অৱস্থাৰ সন্মুখীন হোৱাত আমি সহায় কৰো । আমি লগে লে স্থানীয় কৰ্তৃপক্ষ আৰু চিকিৎসকৰ সৈতে যোগাযোগ কৰো আৰু তেওঁলোকক সহায় কৰিবলৈ সক্ষম হওঁ ।

তদুপৰি থকাক লৈ যিসকলৰ সমস্যা আছে তেওঁলোকৰ বাবে আমি অধিকাংশ বিশ্ববিদ্যালয়কে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক থকাৰ সুবিধা প্ৰদান কৰিবলৈ সৈমান কৰাত সফল হৈছো । আনকি তেওঁলোকে গাইগুটীয়াকৈ কোঠা লাভ কৰিছে । ইয়াৰ উপৰি আমি ভাৰতীয়-আমেৰিকান হোটেল স্বত্বাধিকাৰসকলৰ সৈতে যোগাযোগ কৰিছো ।তেওঁলোকেও সহৃদয়তা দেখুৱাইছে । তেওঁলোকে বহু ভাৰতীয় লোক বিশেষকৈ ছাত্ৰ-ছাত্ৰীক থকাৰ সুবিধা প্ৰদান কৰিছে । কিছুমানে খাদ্যৰ ক্ষেত্ৰত সহায় বিচাৰিছে, তেওঁলোককো স্থানীয় সমাজৰ জৰিয়তে সহায় কৰা হৈছে । আমি জৰুৰীকালীন ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সৈতেও যোগাযোগ ৰাখিছো। দূতাবাস আৰু সকলো কনছ্যুলেটে এই কাৰ্যাৱলী কৰি আছে । বহু ভাৰতীয়-আমেৰিকান সমাজৰ লোকে আমাক এই ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিছে ।

Exclusive Interview with Taranjit Sandhu
হাইড্ৰক্সি ক্লৰ’কুইন (এইচ চি কিউ) টেবলেট

প্ৰশ্ন—ভিছাৰ লগত জড়িত বিভিন্ন গুৰুতৰ বিষয় আছে,বিশেষকৈ এইচ ১ বি ভিছা থকা লোকসকলৰ কি হ’ব তাকে লৈ চিন্তাৰ উদ্ৰেক হৈছে । এই সন্দৰ্ভত আপোনাৰ মতামত জানিব বিচাৰিছো।

তৰণজিৎ সান্ধু—বিশেষকৈ এইচ ১ বি,জে ১,এফ ১ ভিছাৰ লগত জড়িত বিভিন্ন বিষয় আছে । আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছো। পৰিস্থিতি সুস্থিৰ হলে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰা হব । কিন্তু মই সকলোকে আমাৰ পৰামৰ্শাৱী চাবলৈ অনুৰোধ জনাম। তাত সকলো স্পষ্টকৈ উল্লেখ কৰা আছে । ভিছাৰ ক্ষেত্ৰত ভাৰতীয় নাগিৰকসকলে কি সমস্যাৰ সন্মুখীন হৈ আহিছে সেই বিষয়ে আমেৰিকাৰ কৰ্তৃপক্ষক জনাবলৈ কাৰ লগত যোগাযোগ কৰিব লাগিব সেই বিষয়ে তাত উল্লেখ আছে ।

Exclusive Interview with Taranjit Sandhu
ভাৰতে আমেৰিকাক হাইড্ৰক্সি ক্লৰ’কুইন যোগান ধৰিছে

প্ৰশ্ন—কূটনৈতিক মিত্ৰ হিচাপে ভাৰত আৰু আমেৰিকাই কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ কেনেদৰে সহযোগিতাৰ আদান-প্ৰদান কৰি আছে ?

তৰণজিৎ সান্ধু—কৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত যথেষ্ট সহযোগিতা আছে । দুয়োখন দেশৰ চৰকাৰী-বেচৰকাৰী উভয় খণ্ডই দেশ দুখনলৈ ভাবুকি অনা কৰ’ণা ভাইৰাছ অতিমাৰীৰ বিৰুদ্ধে দীৰ্ঘকালীনভাৱে একেলগে যুঁজিব লাগিব। দেশ দুখনৰ ফাৰ্মাচিউটিকেল আৰু মেডিকেল কোম্পানীসমূহৰ মাজত সম্পৰ্ক আছে । আমেৰিকা যুক্তৰাষ্ট্ৰত এইচ চি কিউৰ বৃহৎ পৰিমাণে চাহিদা আছে । ভাৰতবৰ্ষ এই ঔষধবিধৰ উৎপাদনকাৰী পৃথিৱীৰ দেশসমূহৰ ভিতৰত অন্যতম । আমি এই যোগানৰ অংশ হ’বলৈ পাই গৌৰৱবোধ কৰিছো। বিশ্বাসযোগ্য বন্ধু হিচাপে আমি সহযোগিতা আগবঢ়াই যাম । ইয়াৰ লগতে পৰীক্ষা সঁজুলি ভেণ্টিলেটৰ,পি পি ই কিট আদিৰ বাবে বহু ভাৰতীয় কোম্পানীয়ে আমেৰিকাৰ সৈতে যোগাযোগ কৰি আছে ।

লগতে চাওকঃ ভাৰতীয় বায়ুসেনাৰ উদ্যোগত পৰিবহন ৪৫০ টন মেডিকেল সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.