ETV Bharat / bharat

5 ট্ৰিলিয়নৰ অৰ্থনীতিঃ ৰাজ্য আৰু জিলাৰ সহায় বিচাৰিলে মোদীয়ে - হিমাচল প্ৰদেশত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে " ৰাইজিং হিমাচল ইনভেচটৰ মিট 2019 "

বৃহস্পতিবাৰে ৰাইজিং হিমাচল ইনভেচটৰ মিট 2019 ৰ শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা- 2025 চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতিক 5 ট্ৰিলিয়ন কৰিবলৈ হ'লে দেশৰ প্ৰত্যেকখন ৰাজ্য আৰু জিলাই সমানে সহযোগিতা আগবঢ়াব লাগিব ৷

ৰাইজিং হিমাচল ইনভেচটৰ মিট 2019-ত মোদী
author img

By

Published : Nov 7, 2019, 6:11 PM IST

নিউজ ডেস্ক, 7 নৱেম্বৰঃ হিমাচল প্ৰদেশত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে " ৰাইজিং হিমাচল ইনভেচটৰ মিট 2019 " ৷ বৃহস্পতিবাৰে এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ অনুষ্ঠানৰ শুভাৰম্ভণি কৰি প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা- 2025 চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতিক 5 ট্ৰিলিয়ন কৰিবলৈ হ'লে দেশৰ প্ৰত্যেকখন ৰাজ্য আৰু জিলাই সমানে সহযোগিতা আগবঢ়াব লাগিব ৷

Every state, district has role in helping India become 5 trillion dollar economy
ৰাইজিং হিমাচল ইনভেচটৰ মিট 2019-ত মোদী

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ প্ৰত্যকখন ৰাজ্যৰ তথা প্ৰত্যকখন জিলাৰ কাষত যথেষ্ট ক্ষমতা আছে ৷ ভাৰত চৰকাৰৰ 5 ট্ৰিলিয়ন অৰ্থনীতিৰ লক্ষ্যক পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত ৰাজ্য তথা জিলা সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷

লগতে পঢ়কতৰুণ গগৈৰ ইটিভিৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ 30 মিনিটৰ ভাষণত ভাৰতৰ অৰ্থনীতিৰ দ্ৰুত বৃদ্ধিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদক্ষেপ সমূহৰ বিষয়ে সদৰি কৰে ৷ লগতে হিমাচলত পৰ্যটন, ফ্ৰাৰ্মা আৰু বিভিন্ন দিশত থকা বিনিয়োগৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Intro:Body:

ZCZC

PRI GEN NAT

.DHARAMSHALA DEL17

HP-PM-INVESTORS

        Dharamshala, Nov 7 (PTI)  Prime Minister Narendra Modi Thursday said every state and district in the country had role in India's effort to become a five trillion dollar economy by 2025.

       Modi was inaugurating a two-day event here to attract investment to Himachal Pradesh.

     “Every state and every district of the country has a great potential and they will play a vital role in achieving the target ,” he said at the Rising Himachal Global Investors' Meet.

     Unlike in the past, the state are now competing with each other to attract investment, he said.

     “Himachal has a huge potential for investment in the fields of tourism, pharma and other sectors,” he said in his 30-minute speech.

     India is now among the top ten performers in Ease of Doing Business and has improved its rank by 79 points between 2014 and 2019, he added. PTI DJI

 ASH

ASH

11071422

NNNN

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.