ETV Bharat / bharat

চলিত মাহত জম্মুত সেনা বাহিনীৰ হাতত নিহত ৩৩ জন সন্ত্ৰাসবাদী - জম্মু-কাশ্মীৰৰ অনন্তনাগ

মঙলবাৰে জম্মু-কাশ্মীৰৰ ৱাঘামা অঞ্চলত সেনা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয় বুলি সদৰি কৰে জম্মু আৰক্ষীয়ে । ইয়াৰ পূৰ্বে তথা সোমবাৰে সেনা বাহিনীয়ে তিনিজন সন্ত্ৰাসবাদী আটক কৰে বুলি সদৰি কৰে ।

জম্মু
চলিত মাহত জম্মুত সেনা বাহিনীৰ হাতত নিহত ৩৩ জন সন্ত্ৰাসবাদী
author img

By

Published : Jun 30, 2020, 11:01 AM IST

নিউজ ডেস্ক, ৩০ জুনঃ জম্মু-কাশ্মীৰৰ অনন্তনাগৰ ৱাঘামা অঞ্চলত সেনা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত মঙবাৰে সংঘৰ্ষ সংঘটিত হয় বুলি সদৰি কৰে জম্মু আৰক্ষীয়ে । জম্মু আৰক্ষী আৰু সেনা বাহিনীৰ যৌথ অভিযান চলাই থকা অৱস্থাতে এই সংঘৰ্ষ হয় বুলি সদৰি কৰে আৰক্ষীয়ে ।

ইয়াৰ পূৰ্বে তথা ২৯ জুনত জম্মু আৰু কাশ্মীৰৰ সুৰক্ষা বাহিনীয়ে অনন্তনাগ জিলাত চলোৱা এক যৌথ অভিযানত সন্ত্ৰাসবাদী সংগঠন হিজবুল কমাণ্ডৰ মছুদ সহিতে বাকী তিনিজন সন্ত্ৰাসবাদীক আটক কৰিবলৈ সক্ষম হয় বুলিও সদৰি কৰে জম্মু আৰক্ষীয়ে ।

জম্মু
চলিত মাহত জম্মুত সেনা বাহিনীৰ হাতত নিহত ৩৩ জন সন্ত্ৰাসবাদী

আনহাতে, ২৬ জুনত সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজনকৈ সন্ত্ৰাসবাদী নিহত হয় । জুনত মাহত সেনা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সৈতে হোৱা এইটো ১২ নম্বৰ সংঘৰ্ষ আছিল বুলিও সদৰি কৰে আৰক্ষীয়ে । য'ত বৰ্তমান পৰ্যন্ত মুঠ ৩৩ জন সন্ত্ৰাসবাদী নিহত হয় বুলিও সদৰি কৰে ।

লগতে চাওকঃ শেইলা আইৰিন পন্ট : পাকিস্তানৰ মাদাৰ-ই-ৱতন খিতাপধাৰী আলমোৰাৰ জীয়াৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.