নিউজ ডেস্ক,১৮ জুনঃ ছত্তীশগড়ত নক্সালবাদী আৰু বি এছ এফৰ মাজত কনকাৰ জিলাৰ প্ৰতাপুৰ অৰণ্যৰ মাজত এক ভয়ানক সংঘৰ্ষ হয় । নক্সালবাদীয়ে কেইবাটাও আই ডি বিষ্ফোৰণ কৰে। বাস্তাৰ আৰক্ষী বিষয়া IGP সুন্দৰ ৰাজে ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে । সংঘৰ্ষৰ ফলত বি এছ এফৰ জোৱান সকলৰ কোনো ধৰণৰ ক্ষতি সাধন হোৱা নাই বুলি জানিব পৰা গৈছে। ইপিনে নক্সালবাদীৰ সন্ধানত অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে জোৱান সকলে।
![ছত্তীশগড়ত BSF আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:15_7666671_en.jpg)
লগতে চাওকঃ উত্তৰ প্ৰদেশত কোভিড-১৯ৰ শংকাত ৩ ঘণ্টা ধৰি পথৰ দাঁতিত মৃতদেহ