ETV Bharat / bharat

দিল্লী নিৰ্বাচনৰ দিন ধাৰ্য নিৰ্বাচনী আয়োগৰ - ঘোষণা হ'ল দিল্লী নিৰ্বাচনৰ দিন

8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব দিল্লী বিধানসভা নিৰ্বাচন ৷ 11 ফেব্ৰুৱাৰীত ফলাফল প্ৰদান কৰা হ'ব ৷

দিল্লী নিৰ্বাচনৰ দিন ধাৰ্য
নিৰ্বাচনী আয়োগ
author img

By

Published : Jan 6, 2020, 4:59 PM IST

নেশ্বনেল ডেস্ক, 6 জানুৱাৰীঃ নিৰ্বাচনী আয়োগে ঘোষণা কৰিলে দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ৷ সোমবাৰে বিয়লি 3.30 বজাত ঘোষণা কৰা হয় নিৰ্বাচনৰ দিন ৷ সেই অনুসৰি, 8 ফেব্ৰুৱাৰীৰ দিনা অনুষ্ঠিত কৰা হ'ব নিৰ্বাচন ৷ আনহাতে, 11 ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ৷

70 জনীয়া সদস্যৰ দিল্লী বিধানসভা নিৰ্বাচনত মুঠ 13,750 টা ভোটদান কেন্দ্ৰত 1,46,92,136 জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷

আৰু পঢ়ক : অকৰ্মণ্য অসম ক্ৰীড়া সংস্থাঃ লজ্জানত অসমবাসী

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.