ETV Bharat / bharat

এহাল নৱবিবাহিতাকে ধৰি পৰিয়ালৰ ৮গৰাকীকৈ সদস্যৰ দেহত ক'ভিড-১৯ পজিটিভ

author img

By

Published : Jul 2, 2020, 10:44 PM IST

এযোৰ নৱবিবাহিতাৰ দেহত ২৮ জুনত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতে বৃহস্পতিবাবে তেওঁলোকৰ পৰিয়ালৰ আন ৮গৰাকী সদস্যৰ দেহতো ক'ভিড-১৯ পজিটিভ থকাৰ ফলাফল পোৱা গৈছে । ক'ভিড-১৯ পজিটিভ আক্ৰান্ত লক্ষ্ণৌৰ এই পৰিয়ালটোৰ আটাইকেইগৰাকীকে ইতিমধ্যে লক্ষ্ণৌৰ লোকবন্ধু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Eight members along with newlywed test corona positive in Lucknow
এহাল নৱবিবাহিতাকে ধৰি পৰিয়ালৰ ৮গৰাকীকৈ সদস্যৰ দেহত ক'ভিড-১৯ পজিটিভ

নিউজ ডেস্ক,২জুলাই: এযোৰ নৱবিবাহিতাৰ দেহত ২৮ জুনত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতে বৃহস্পতিবাবে তেওঁলোকৰ পৰিয়ালৰ আন ৮গৰাকী সদস্যৰ দেহতো ক'ভিড-১৯ পজিটিভ থকাৰ ফলাফল পোৱা গৈছে । ক'ভিড-১৯ পজিটিভ আক্ৰান্ত লক্ষ্ণৌৰ এই পৰিয়ালটোৰ আটাইকেইগৰাকীকে ইতিমধ্যে লক্ষ্ণৌৰ লোকবন্ধু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।উল্লেখ্য যে, দৰাই নতুন দিল্লীৰ পৰা পৰিয়াল সহিতে লক্ষ্ণৌলৈ আহি ১৮ জুনত বিবাহপাশত আবদ্ধ হৈছিল ।

লক্ষ্ণৌৰ উপ প্ৰধান চিকিৎসা বিষয়া ডা: অজয় ৰাজাই জানিবলৈ দিয়া মতে,৫০ গৰাকীকৈ অতিথিৰ উপস্থিতিত এই বিয়াখন লক্ষ্ণৌৰ গোখলে মাৰ্গত অনুস্থিত হৈছিল । ইতিমধ্যে বিয়াত উপস্থিত থকা সকলৰ তালিকা প্ৰস্তুত কৰাৰ লগতে তেওঁলোকৰ সম্পৰ্কলৈ অহা সকলৰো তথ্য সংগ্ৰহ কৰি থকা হৈছে, যাতে সকলোকে চিনাক্ত কৰি ক'ভিড পৰীক্ষাৰ লগতে কোৱাৰেণ্টাইন কৰিব পৰা যায় । নহ'লে এই সংযোগৰ জড়িয়তে আৰু অধিক লোকলৈ ক'ভিড-১৯ সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা থাকিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.