ETV Bharat / bharat

প্ৰাক্তন IRS বিষয়াক বিহাৰ নিৰ্বাচনৰ বিশেষ পৰ্যবেক্ষক হিচাপে নিযুক্তি নিৰ্বাচনী আয়োগৰ

author img

By

Published : Oct 4, 2020, 8:05 PM IST

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ আগতে ভাৰতৰ নিৰ্বাচন আয়োগে মধু মহাজন আৰু বি আৰ বালাকৃষ্ণণক বিশেষ ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়ে । তেওঁলোক দুয়োগৰাকী ভাৰতীয় ৰাজহ সেৱা (আই.এছ.এছ.) বিষয়া হিচাপে কৰ্মৰত আছিল ৷

ECI Appoints Special Expenditure Observers Ahead of Bihar polls
প্ৰাক্তন IRS বিষয়াক বিশেষ পৰ্যবেক্ষক হিচাপে নিযুক্তি নিৰ্বাচনী আয়োগৰ

নিউজ ডেস্ক, 4 অক্টোবৰ : ভাৰতীয় নিৰ্বাচন আয়োগে আগন্তক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে দুজন অৱসৰপ্ৰাপ্ত ভাৰতীয় ৰাজহ সেৱা (আই.এছ.এছ.) বিষয়াক বিশেষ ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে । নিযুক্তি দিয়া মধু জনজন 1982 বৰ্ষৰ আইআৰএছ বিষয়া আৰু বি আৰ বালাকৃষ্ণন 1983 বৰ্ষৰ আইআৰএছ বিষয়া

উল্লেখ্য যে, বিহাৰৰ মুখ্য নিৰ্বাহক বিষয়াৰ সৈতে অধিবেশনত বিশেষ ব্যয় পৰ্যবেক্ষক সকল নিৰ্বাচিত সঁজুলিৰ দ্বাৰা কৰা কামৰ পৰ্যৱেক্ষণ আৰু নিৰীক্ষণ কৰিব । তেওঁলোকে নিশ্চিত কৰিব যে, চিভিআইএল ম'বাইল এপ্লিকেচন আৰু ভোটাৰ হেল্পলাইন 1950 ৰ যোগেৰে প্ৰাপ্ত কৰা বুদ্ধিমত্তা ইনপুট আৰু অভিযোগৰ ওপৰত আধাৰিত কৰি কঠোৰ আৰু কাৰ্যকৰী প্ৰণয়ন পদক্ষেপ লোৱাৰ উপৰিও নগদ ধন আৰু সুৰা প্ৰদানৰে ভোটাৰক প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰা ব্যক্তিৰ ওপৰত বিশেষ পৰ্যবেক্ষণ কৰিব ৷ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে এই কথা ৷

লগতে পঢ়ক : ৰঙিয়াত অক্ষয় পাত্ৰ ফাউণ্ডেছনৰ সাহায্য বিতৰণ

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ আৰু 2019 চনত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে তামিলনাডু আৰু কৰ্ণাটকৰ বাবে বিশেষ ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল মধু মহাজনক ৷ আনহাতে, বালাকৃষ্ণনক 2019 চনত তেলেংগানাৰ হুজুৰনগৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিশেষ ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল ।

লগতে পঢ়ক : বৰপেটা-নলবাৰী জিলাৰ সীমান্তত 'ৰাইজৰ দল'ৰ নেতাক আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.