ETV Bharat / bharat

নিৰ্বাচন সন্দৰ্ভত টুইট আঁতৰাবলৈ Twitter India-ক নিৰ্দেশ নিৰ্বাচন আয়োগৰ

author img

By

Published : May 16, 2019, 2:07 PM IST

তিনিটা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে নিৰ্বাচনৰ সমীক্ষা বিষয়ক লৈ আলোচনা সম্প্ৰচাৰ কৰাৰ পাচতে এই সিদ্ধান্ত আয়োগৰ

নিৰ্বাচন সন্দৰ্ভত টুইট আঁতৰাবলৈ Twitter India-ক নিৰ্দেশ নিৰ্বাচন আয়োগৰ

নতুন দিল্লী, 16 মে': 2019 বৰ্ষৰ প্ৰাক্ নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত থকা সকলো টুইট আঁতৰাবলৈ টুইটাৰ ইণ্ডিয়াক বুধবাৰে নিৰ্দেশ দিলে নিৰ্বাচন আয়োগে ৷ দেশত অব্যাহত থকা লোকসভা নিৰ্বাচন সন্দৰ্ভত তিনিটা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে নিৰ্বাচনৰ সমীক্ষা বিষয়ক লৈ আলোচনা সম্প্ৰচাৰ কৰাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হোৱাৰ পিচতে এই নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ৷

এই সম্প্ৰচাৰে ৰিপ্ৰেছেন্টেচন অফ পিপল আইন, 1951-ৰ 126-'ক' অনু্চ্ছেদৰ উলংঘন কৰা বুলি উল্লেখ কৰি সংবাদ প্ৰতিষ্ঠান কেইটাৰ পৰা 48 ঘন্টাৰ ভিতৰত উত্তৰ বিচাৰিছে নিৰ্বাচন আয়োগে ৷ ৰিপ্ৰেছেন্টেচন অফ পিপল আইন, 1951-ৰ 126-'ক' অনুচ্ছেদ অনুসৰি, নিৰ্বাচনৰ সমীক্ষা সন্দৰ্ভত কোনো সংবাদ প্ৰতিষ্ঠান বা বাতৰি কাকতে তথ্য প্ৰকাশ, আলোচনা বা তৰ্ক কৰাটো দণ্ডনীয় ৷

EC asks Twitter to remove all tweets on exit polls

etv english
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.