ETV Bharat / bharat

ৰাজস্থানৰ বিকানেৰত ভূমিকম্পৰ জোকাৰণি

author img

By

Published : Jun 13, 2020, 9:11 PM IST

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্রাৱল্য আছিল ৪.৩ মেগনেটিউড । ভূমিকম্পৰ ফলত কোনো লোক হতাহত তথা সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা কথা জানিব পৰা হোৱা নাই

earthquake felt in Rajathan bikaner
ৰাজস্থানৰ বিকানেৰত ভূমিকম্পৰ জোকাৰণি

ৰাজস্থান, ১৩ জুন : ৰাজস্থানৰ বিকানেৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত শনিবাৰে অনুভূত হয় ভূমিকম্পৰ জোকাৰণি । পুৱা ১০.২৬ বজাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্রাৱল্য আছিল ৪.৩ মেগনেটিউড ।

earthquake felt in Rajathan bikaner
ৰাজস্থানত অনুভূত ভূমিকম্পৰ জোকাৰণি
earthquake felt in Rajathan bikaner
ৰাজস্থানত অনুভূত ভূমিকম্পৰ জোকাৰণি

ভূমিকম্পৰ ফলত কোনো লোক হতাহত তথা সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা কথা জানিব পৰা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.