ETV Bharat / bharat

কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কমল নাথৰ মাজত শব্দ যুদ্ধ - War of words

মধ্য প্ৰদেশৰ মন্ত্ৰী ইমাৰ্তি দেৱীৰ বিৰুদ্ধে সহকৰ্মী কমল নাথে কৰা অপমানসূচক মন্তব্যৰ দ্বাৰা ব্যৱহৃত ভাষাক তীব্ৰ ভাষাৰে গৰিহনা জনাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷

War of words between Rahul and Kamal Nath over 'item' jibe
কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কমল নাথৰ মাজত শব্দ যুদ্ধ
author img

By

Published : Oct 20, 2020, 7:08 PM IST

নিউজ ডেস্ক, 20 অক্টোবৰ : মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মধ্য প্ৰদেশৰ মন্ত্ৰী ইমাৰ্তি দেৱীৰ বিৰুদ্ধে সহকৰ্মী কমল নাথে কৰা অপমানসূচক মন্তব্যৰ দ্বাৰা ব্যৱহৃত ভাষাক তীব্ৰ ভাষাৰে গৰিহনা জনায় ৷

তেওঁ এক প্ৰেছ সন্মিলনত কয় যে, কমল নাথ মোৰ দলৰ; কিন্তু ব্যক্তিগতভাৱে তেওঁ ব্যৱহাৰ কৰা ভাষাৰ প্ৰকাৰ মই ভাল পোৱা নাই ৷

উল্লেখ্য যে, 18 অক্টোবৰত গোৱালিয়ৰৰ দাব্ৰা চহৰত এক নিৰ্বাচনী সভাত ভাষণ দিয়াৰ সময়ত ইমাৰ্টি দেৱীক প্ৰতাৰণ সূচক মন্তব্য প্ৰদান কৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথে ৷

লগতে পঢ়ক : নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ উদ্যোগত স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.