নেশ্যনেল ডেস্ক, 4 চেপ্তেম্বৰঃ দিল্লীৰ এক ন্যায়ালয়ে কংগ্ৰেছ নেতা ডি কে শিবকুমাৰক এক মনি লণ্ডাৰিঙৰ গোচৰত অভিযুক্ত কৰে ৷ বুধবাৰে 13 চেপ্তেম্বৰলৈ প্ৰবৰ্তন নিৰ্দেশালয়ৰ জিম্মালৈ প্ৰেৰণ কৰা হয় কংগ্ৰেছ নেতাগৰাকীক ৷ 13 চেপ্তেম্বৰতে তেওঁৰ জামিনৰ আবেদনৰো শুনানি গ্ৰহণ কৰা হ’ব ৷ ইয়াৰ লগতে শিবকুমাৰে তদন্তত সহযোগ নকৰাৰো অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে ৷ বিগত কিছু বছৰত অভূতপূৰ্ব ভাবে শিবকুমাৰৰ সম্পত্তি বৃদ্ধি পোৱাৰ কথাও পোহৰলৈ আহিছে ৷
উল্লেখযোগ্য যে, 2018 বৰ্ষৰ চেপ্তেম্বৰত আয়কৰ বিভাগে শিবকুমাৰৰ বিৰুদ্ধে এক গোচৰ তৰছিল আৰু পৰবৰ্তী সময়ত আই টি বিভাগে বহু নামী বেনামী সম্পত্তিৰ তথ্য লাভ কৰিছিল ৷
ডি কে শিবকুমাৰক 13 চেপ্তেম্বৰলৈ প্ৰবৰ্তন নিৰ্দেশালয়ৰ জিম্মালৈ প্ৰেৰণ - দিল্লী
বুধবাৰে 13 চেপ্তেম্বৰলৈ প্ৰবৰ্তন নিৰ্দেশালয়ৰ জিম্মালৈ প্ৰেৰণ কৰা হয় কংগ্ৰেছ নেতা ডি কে শিবকুমাৰ ৷ 13 চেপ্তেম্বৰতে তেওঁৰ জামিনৰ আবেদনৰো শুনানি গ্ৰহণ কৰা হ’ব ৷
নেশ্যনেল ডেস্ক, 4 চেপ্তেম্বৰঃ দিল্লীৰ এক ন্যায়ালয়ে কংগ্ৰেছ নেতা ডি কে শিবকুমাৰক এক মনি লণ্ডাৰিঙৰ গোচৰত অভিযুক্ত কৰে ৷ বুধবাৰে 13 চেপ্তেম্বৰলৈ প্ৰবৰ্তন নিৰ্দেশালয়ৰ জিম্মালৈ প্ৰেৰণ কৰা হয় কংগ্ৰেছ নেতাগৰাকীক ৷ 13 চেপ্তেম্বৰতে তেওঁৰ জামিনৰ আবেদনৰো শুনানি গ্ৰহণ কৰা হ’ব ৷ ইয়াৰ লগতে শিবকুমাৰে তদন্তত সহযোগ নকৰাৰো অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে ৷ বিগত কিছু বছৰত অভূতপূৰ্ব ভাবে শিবকুমাৰৰ সম্পত্তি বৃদ্ধি পোৱাৰ কথাও পোহৰলৈ আহিছে ৷
উল্লেখযোগ্য যে, 2018 বৰ্ষৰ চেপ্তেম্বৰত আয়কৰ বিভাগে শিবকুমাৰৰ বিৰুদ্ধে এক গোচৰ তৰছিল আৰু পৰবৰ্তী সময়ত আই টি বিভাগে বহু নামী বেনামী সম্পত্তিৰ তথ্য লাভ কৰিছিল ৷
DK Sivkumar
Conclusion: