ETV Bharat / bharat

COVID-19: আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস হীৰাৰ মূল্য

author img

By

Published : Apr 8, 2020, 7:37 PM IST

আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে বহু মূল্যবান ধাতু হীৰাৰ মূল্য । বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ বাবেই হ্ৰাস পাইছে হীৰাৰ মূল্য ।

COVID-19
COVID-19: আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস হীৰাৰ মূল্য

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ হ্ৰাস পালে বহু মূল্যৱান ধাতু হীৰাৰ মূল্য । মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত বিশ্ব অৰ্থনীতিত প্ৰভাৱ পৰাৰ বাবেই দাম হ্ৰায় পালে মূল্যবান হীৰাৰ ।

মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে হীৰাৰ বজাৰ নিম্নগামী হোৱাৰ লগতে খুচুৰা বিক্ৰী হ্ৰাস পাইছে । হীৰাৰ ব্যৱসায় বন্ধ হৈ থকাত ভাৰতীয় বজাৰত বিশেষ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ।

৮.৭ শতাংশৰ পৰা ৬.৮ শতাংশলৈ হ্ৰাস পাইছে এক কেৰেট "RapNet Diamond Index" চমুকৈ RAPI ৰ মূল্য ।

উল্লেখ্য যে, মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়াৱহতা তিনি মাহ পূৰ্বে বিশ্বৰ আগশাৰীৰ হীৰা প্ৰতিষ্ঠান ডি বীয়ৰছে বিক্ৰী কৰিছিল ১.৩ বিলিয়ন আমেৰিকা ডলাৰতকৈ অধিক হীৰা । যাৰ মূল্য আছিল ১.১ বিলিয়ন ।

আনহাতে, মাৰ্চত হীৰা নিলামীৰ মূল্য ১৫ শতাংশ পৰা হ্ৰাস হৈ ২৫ শতাংশ হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.