ETV Bharat / bharat

মহিলা প্ৰশাসনিক বিষয়াসকলৰ বিৰুদ্ধে কৰা অশ্লীল টুইটৰ তদন্তৰ দাবী

লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল একাডেমী অৱ এডমিনিষ্ট্ৰেছনে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল, কিয়নো কেইগৰাকীমান মহিলা আই.পি.এছ বিষয়াক চ'ছিয়েল মিডিয়া তথা টুইটাৰযোগে মাইক্ৰ ব্ল'গিঙক লৈ অশ্লীল আৰু আপত্তিসূচক মন্তব্য প্ৰদান কৰা হৈছিল । ইয়াৰ পিছতে প্ৰশাসনিক বিভাগে মহিলা আই.পি.এছ বিষয়াসকলৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া যুগুত কৰি এই সন্দৰ্ভত আৰক্ষীক সঠিক তদন্তৰ দাবী জনায় ।

মহিলা প্ৰশাসনিক বিষয়াসকলৰ বিৰুদ্ধে কৰা অশ্লীল টুইটৰ তদন্তৰ দাবী
মহিলা প্ৰশাসনিক বিষয়াসকলৰ বিৰুদ্ধে কৰা অশ্লীল টুইটৰ তদন্তৰ দাবী
author img

By

Published : Jun 5, 2020, 1:37 PM IST

নেশ্যনেল ডেস্ক, ৫ জুন: উত্তৰাখণ্ডৰ মুচৌৰীস্থিত লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল একাডেমী অৱ এডমিনিষ্ট্ৰেছনত প্ৰশিক্ষণপ্ৰাপ্ত মহিলা আই.পি.এছ বিষয়াসকলৰ বিৰুদ্ধে মাইক্ৰ ব্ল'গিঙক লৈ টুইটাৰত অশ্লীল মন্তব্য শ্বেয়াৰ হোৱাৰ পিছতেই বৃহস্পতিবাৰে প্ৰশাসনিক বিভাগটোৱে স্থানীয় আৰক্ষীক এই সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান জনায় ।

  • Today some lady IPS Officers have been targeted with abusive, derogatory and obscene content by certain twitter accounts. The Academy strongly condemns this malicious and derogatory tweet and has lodged an F.I.R. with Uttrakhand Police in this regard.

    — LBSNAA (@LBSNAA_Official) June 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইতিমধ্যে এই ঘটনাৰ তদন্তৰ দায়িত্ব এছ.টি.এফৰ চাইবাৰ চেলৰ হাতত অৰ্পন কৰা হয় । আৰক্ষী উপ মহাপৰিদৰ্শক এছ.টি.এফ ৰিদ্ধিম আগৰৱালাই জনোৱা মতে, অশ্লীল মন্তব্য কৰা অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে । আই.পি.এছ. বিষয়াসকলৰ উপৰিও প্ৰতিষ্ঠানটোত প্ৰশিক্ষণপ্ৰাপ্ত অন্য বিভাগৰ বিষয়াসকলৰ ওপৰতো এই অশ্লীল মন্তব্য কৰা হৈছে বুলি জানিব পৰা গৈছে ।

মহিলা প্ৰশাসনিক বিষয়াসকলৰ বিৰুদ্ধে কৰা অশ্লীল টুইটৰ তদন্তৰ দাবী
মহিলা প্ৰশাসনিক বিষয়াসকলৰ বিৰুদ্ধে কৰা অশ্লীল টুইটৰ তদন্তৰ দাবী

প্ৰশাসনিক বিভাগটোৱে মহিলা আই.পি.এছ আৰু আই.এ.এছ বিষয়াসকলৰ পৰা অশ্লীল মন্তব্যৰ বিৰুদ্ধে শক্তিশালী মন্তব্য গ্ৰহণ কৰি আৰক্ষীক অজ্ঞাত দোষীসকলৰ উচিত তদন্তৰ দাবী জনায় । আনহাতে কেন্দ্ৰীয় আই.এ.এছ এছচিয়েশ্যনে টুইটাৰৰ নিচিনা উচ্চ মানদণ্ডৰ প্লেটফৰ্মৰ পৰা এনেকুৱা অশ্লীল আৰু ক্ষতিকাৰক পোষ্টসমূহ আঁতৰাবলৈ আহ্বান জনায় ।

  • We strongly condemn the abusive & derogatory remarks on Twitter regarding lady IPS officers. We believe the concerned police agencies will do thorough investigation to expeditiously bring culprits to book. We solemnly resolve to protect the dignity of lady officers.

    — IPS Association (@IPS_Association) June 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.