নিউজ ডেস্ক,26 ফেব্ৰুৱাৰীঃ দিল্লী উচ্চ ন্যায়ালয়ে মাজনিশা প্ৰদান কৰে এক বিশেষ শুনানি ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰতিবাদত লিপ্ত হোৱা আহত প্ৰতিবাদকাৰীসকলৰ জৰুৰীকালিন চিকিৎসাৰ লগতে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ ৷ মঙলবাৰে মাজনিশা দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ হিংসাত্মক ঘটনাৰ শুনানি গ্ৰহণ কৰি প্ৰদান কৰিলে এই নিৰ্দেশ ৷ যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা আৰু আঘাতপ্ৰাপ্ত সকলো লোকক জৰুৰীকালীন সেৱা প্ৰদান কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ ন্যায়ালয়ৰ ৷ ইফালে বুধবাৰে বিয়লি 2 বাজি 15 মিনিটত দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত আৰোপ কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব ৷
দিল্লীৰ হিংসাত্মক ঘটনাত আহত সকলৰ চিকিৎসা সুনিশ্চিত কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ - দিল্লীৰ হিংসাত্মক ঘটনা
দিল্লী উচ্চ ন্যায়ালয়ে মাজনিশাই প্ৰদান কৰে এক বিশেষ শুনানি ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰতিবাদত লিপ্ত হোৱা আহত প্ৰতিবাদকাৰীসকলৰ জৰুৰীকালিন চিকিৎসাৰ লগতে সুৰক্ষা নিশ্চিত কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ৷