ETV Bharat / bharat

দিল্লী আৰক্ষী কল্য়ান সমিতিয়ে বিতৰণ কৰিলে 22,550 মাস্ক আৰু 7000 হেণ্ড ছেনিটাইজাৰ

আৰক্ষীৰ কৌশল কেন্দ্ৰত প্ৰস্তুত কৰিছিল মাস্ক সমূহ। মাস্ক সমূহ একাংশ আৰক্ষীক ব্যৱহাৰৰ কাৰনে দিয়াৰ লগতে কাষতে পোৱা লোক সকলৰ মাজত বিলাই দিয়ে ।

author img

By

Published : May 5, 2020, 3:37 PM IST

দিল্লী আৰক্ষীৰ কল্য়ান সমিতি
দিল্লী আৰক্ষীৰ কল্য়ান সমিতি

নিউজ ডেস্ক, 5 মে': দিল্লী আৰক্ষীয়ে কৰ'ণা ভাইৰাছ বিৰুধী যুঁজত গ্ৰহণ কৰিলে আন এক পদক্ষেপ । আৰক্ষীৰ কল্যাণ সমিতিয়ে বিতৰণ কৰে 22,550 খন মাস্ক আৰু 7,000 হেণ্ড ছেনিটইজাৰ । আৰক্ষীৰ লগতে প্ৰয়োজনীয় লোক সকলৰ মাজত এই দুবিধ সামগ্ৰী বিতৰণ কৰে । বিভাগীয় সূত্ৰই প্ৰকাশ কৰে এই কথা ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকৰ প্ৰথম কাৰ্যকলাপ হিচাপে কৌশল কেন্দ্ৰত তেওঁলোকে কপাহেৰে মাস্ক প্ৰস্তুত কৰিছিল । তেওঁলোকৰ কৌশল কেন্দ্ৰ সমূহ নাৰেলা, মডেল টাউন, আহটা কিডাৰা আৰু দ্বাৰকাত অৱস্থিত ।

তেওঁলোকে প্ৰস্তুত কৰা মাস্ক সমূহ একাংশ আৰক্ষীক ব্যৱহাৰৰ কাৰনে দিয়াৰ লগতে কাষতে পোৱা লোক সকলৰ মাজত বিলাই দিয়ে ।

আনহাতে প্ৰট'কল মানি চলি তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ সহযোগত প্ৰস্তত কৰা 7000 বটল হেণ্ড ছেনিটইজাৰো আৰক্ষীৰ দ্বাৰা বিতৰণ কৰা হয় । এই সামগ্ৰীসমূহ বিতৰণ কৰা হয় শ্য়ামপুৰ বাদলি উদ্যোগীক অঞ্চল, সকুৰ বস্তি আৰু আজাদপুৰ অঞ্চলৰ কাষত থকা কেলাগুডাম আৰু ছালিমাৰ বাগত।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই অৱগত কৰা অনুসৰি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে পৰ্যাপ্ত সুৰক্ষা আৰু সাৱধানতা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাইজক সহায় কৰিবলৈ তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.