ETV Bharat / bharat

সুৰাৰ ওপৰত থকা কৰ'ণা বিশেষ কৰ আঁতৰ কৰিলে দিল্লী চৰকাৰে

দিল্লী চৰকাৰে সকলো ধৰণৰ সুৰাৰ ক্ষেত্ৰত 20 পৰা 25 শতাংশ VAT বৃদ্ধি কৰিছে ৷ ইয়াৰ বিপৰীতে নতুন যি আবকাৰী কৰ আৰোপ কৰা হৈছিল সেইয়া উঠাই লোৱাৰ সিদ্ধান্ত লৈছে কেজৰিৱাল চৰকাৰে ৷

special corona fee on liquor
special corona fee on liquor
author img

By

Published : Jun 8, 2020, 3:35 AM IST

নিউজ ডেস্ক, 7 জুন : দিল্লীৰ কেজৰিৱাল চৰকাৰে সুৰাৰ ওপৰত "কৰ'ণা বিশেষ" এক কৰ আৰোপ কৰিছিল যোৱা 5 মে'ৰ পৰা ৷ যাৰ দ্বাৰা চৰকাৰখনে অতিৰিক্ত কৰ আহৰণৰ বাবে প্ৰয়স চলাইছিল ৷ 8 মে'ৰ মৰা ৰাজধানী মহানগৰীখনত সুৰা বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল ৷ তাৰ পূৰ্বে 25 মাৰ্চৰ পৰা লক্ ডাউনৰ বাবে আনসূহৰ লগতে বন্ধ কৰি ৰখা হৈছিল সুৰাৰ বিপনী ৷ যদিও দিল্লী চৰকাৰে সুৰা বিক্ৰীৰ দ্বাৰা অধিক কৰা আহৰণৰ চেষ্টা চলাইছিল, কাৰ্যতঃ সেইয়া নহ'ল ৷ কৰ'ণা বিশেষ যি অতিৰিক্ত কৰ, সেইয়া বাদ দি মাত্ৰ 235 কোটি ৰাজহ সংগ্ৰহ হৈছে 8 মে'ৰ পৰা 30 মে'ৰ ভিতৰত ৷

special corona fee on liquor
দিল্লীত বৃদ্ধি পালে সুৰাৰ VAT

তথ্য অনুসৰি গোটেই দিল্লী মহানগৰীত চৰকাৰী আৰু ব্যক্তিগত সকলো মিলাই সুৰাৰ বিপনী আছে প্ৰায় 800 খন ৷ প্ৰতি বছৰে দিল্লী চৰকাৰে সুৰা বিক্ৰীৰ পাৰ আয় কৰে প্ৰায় 5000 কোটি টকাৰ ৰাজহ ৷ কিন্তু লক্ষ্যণীয়ভাৱে চৰকাৰৰ এই কৰ সংগ্ৰহৰ ক্ষেত্ৰত প্ৰভাৱ পেলালে লক্ ডাউনে ৷

সংবাদ সূত্ৰই জনোৱা অনুসৰি, 70 শতাংশ অতিৰিক্ত কৰ আৰোপে দিল্লীত সুৰা বিক্ৰী পৰিমাণ হ্ৰাস কৰিছে ৷ 2020-21 বৰ্ষৰ ব্ত্তীয় বাজেটত চৰকাৰৰ কৰ সংগ্ৰহৰ মুঠ পৰিকল্পনাৰ 18 শতাংশ অৰ্থাৎ 6.300 কোটি টকা আহে ৰাজ্যৰ ৰাজ্যৰ আবকাৰী বিভাগৰ পৰা ৷

special corona fee on liquor
সুৰাৰ ওপৰত VAT বৃদ্ধি কৰিলে দিল্লী চৰকাৰে

নতুন বিত্তীয় বৰ্ষ আৰম্ভ হয় 1 এপ্ৰিলত আৰু 3 মে' পৰ্যন্ত লক্ ডাউনৰ ফলত কোনো বিক্ৰীয়েই হোৱা নাছিল ৷ দিল্লীৰ চাৰিটা নিগমে প্ৰায় 475 খন বিপনীৰ দ্বাৰা সুৰাৰ বিক্ৰী নিয়ন্ত্ৰণ কৰে ৷ সেই কেইটা নিগম হৈছে দিল্লী পৰ্যটন, যাতায়ত উন্নয়ন নিগম, দিল্লী ৰাজ্যিক ঔদ্যোগিক আৰু নিৰ্মাণ উন্নয়ন নিগম, দিল্লী ৰাজ্যিক অসামৰিক যোগান নিগম আৰু দিল্লী গ্ৰাহক সমবায় পাইকাৰী দোকান ৷

লগতে পঢ়ক : ডিজনি+ হটষ্টাৰ ভিআইপিক এবছৰৰ প্ৰশংসাপত্র চাবস্ক্ৰিপচন ৰিলায়েন্স জিঅ'ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.