ETV Bharat / bharat

মৃত্যুৰ পূৰ্বে অজ্ঞাত ব্যক্তিৰ সম্বন্ধীয় ভাতৃলৈ ফোন - দিল্লী অগ্নিকাণ্ড শেহতীয়া বাতৰি

দিল্লী অগ্নিকাণ্ডত আহত এজন অজ্ঞাত ব্যক্তিয়ে মৃত্যুৰ পূৰ্বে সম্বন্ধীয় ভাতৃলৈ ফোন কৰি ঘটনা সম্পৰ্কত অৱগত কৰে ৷

43 নিহত
দিল্লী অগ্নিকাণ্ড
author img

By

Published : Dec 8, 2019, 5:23 PM IST

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ : দেওবাৰে পুৱাৰ ভাগতে নতুন দিল্লীৰ ৰাণী ঝান্সী ৰোডৰ অনাজ মণ্ডীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত 43 জনকৈ লোক নিহত হয় ৷ আনহাতে, গুৰুতৰভাৱে আহত হৈছে 59 জন লোক ৷ এই শোকাবহ ঘটনাৰ মাজতে মৃত্যুৰ পূৰ্বে এগৰাকী অজ্ঞাত ব্যক্তিয়ে ফোনৰ জৰিয়তে সম্বন্ধীয় ভাতৃক ঘটনা সম্পৰ্কত অৱগত কৰিছে ৷

  • Delhi: Fire broke out at a house in Anaj Mandi, Rani Jhansi Road in the early morning hours today, 11 people rescued so far; 15 fire tenders present at the spot pic.twitter.com/zbsMmRn3NW

    — ANI (@ANI) December 8, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
মৃত্যুৰ পূৰ্বে অজ্ঞাত ব্যক্তিৰ সম্বন্ধীয় ভাতৃলৈ ফোন

Intro:Body:

नई दिल्ली: दिल्ली के अनाज मंडी के रानी झांसी रोड में आज सुबह तड़के ही एक घर में आग लग गई. मौके से 11 लोगों को बचाया गया. वहीं आग बुझाने के लिए 15 फायर टेंडर मौके पर पहुंचे.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.