ETV Bharat / bharat

দিল্লীত ১৫৮ লৈ হ্ৰাস কণ্টেইনমেণ্ট জ'নৰ সংখ্যা

ৰাজধানী দিল্লীত কোভিড-১৯ৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি হ্ৰাস কৰা হৈছে কণ্টেইনমেণ্ট জ'নৰ সংখ্যা। মুঠ ২১৬ টা কণ্টেইনমেণ্ট জ'নৰ ভিতৰত ৫৮ টা জ'ন ডি-কণ্টেইন জ'ন হিচাপে ঘোষণা কৰে প্ৰশাসনে।

author img

By

Published : Jun 3, 2020, 4:08 PM IST

 corona pandemic
দিল্লীত ১৫৮ লৈ হ্ৰাস কণ্টেইনমেণ্ট জ'নৰ সংখ্যা

নতুন দিল্লী, ৩ জুনঃ ৰাজধানী চহৰ দিল্লীত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও আৰোগ্য লাভ কৰিছে বহুসংখ্যক লোকে। সমান্তৰালভাৱে কণ্টেইনমেণ্ট জ'নৰ সংখ্যাও পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। দিল্লীত প্ৰশাসনে ছীল কৰি দিয়া মুঠ ২১৬ টা কণ্টেইমেণ্ট জ'নৰ ভিতৰত ৫৮ টা জ'ন ডি-কণ্টেইন কৰা হৈছে। বৰ্তমান চহৰখনত কণ্টেইনমেণ্ট জ'নৰ সংখ্যা হ্ৰাস পাই ১৫৮ হৈছে।

delhi containment zone 158 over corona pandemic

ৰাজধানী চহৰখনত ইতিমধ্য়ে কোভিড ১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ২২ হাজাৰ অতিক্ৰম কৰিছে । আনহাতে, বৰ্তমানলৈকে ৯,২০০ গৰাকীৰ অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু মৃত্যুমুখত পৰিছে ৫৫৬ গৰাকী লোক।

লগতে চাওকঃ শয্যাশায়ী নলবাৰীৰ বাদ্যযন্ত্ৰ শিল্পী যোগেন দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.