ETV Bharat / bharat

উপ বন সংৰক্ষকৰ গোচৰে ন্যায়ালয়ৰ সময় অপব্যৱহাৰ কৰিছেঃ ন্যায়ালয় - মুম্বাই উচ্চ ন্যায়ালয়

ফ্ৰেব্ৰুৱাৰী মাহত মুম্বাই উচ্চ ন্যায়ালয়ত উপ বন সংৰক্ষকৰ দ্বাৰা পঞ্জীয়ন হোৱা গোচৰৰ আবেদন নাকচ কৰি কয় যে, এই গোচৰে কেৱল ন্যায়ালয়ৰ সময়ৰ অপব্যৱহাৰ কৰিছে ৷ শীৰ্ষ আদালতে আবেদন নাকচ কৰি অভিযোগকাৰীৰ পৰা 15,000 টকাৰ জৰিমনাও বিহিছে ৷

Delay in filing plea: SC says irony that no action ever taken against officers who sit on file
বিগত বৰ্ষত পঞ্জীয়ন হোৱা উপ বন সংৰক্ষকৰ গোচৰে ন্যায়ালয়ৰ সময় অপব্যৱহাৰ কৰিছে
author img

By

Published : Dec 22, 2020, 5:06 PM IST

নিউজ ডেস্ক, 22 ডিচেচম্বৰ : উচ্চতম ন্যায়ালয়ে মঙলবাৰে জনাই যে, কেৱল আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ চৰকাৰী পক্ষই গোচৰ প্ৰত্যাখ্যান কৰাৰ পিচতো গোচৰ আৰু নথিপত্ৰ পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই ৷ যাৰ বাবে শীৰ্ষ আদালতে ফ্ৰেব্ৰুৱাৰী মাহত মুম্বাই উচ্চ ন্যায়ালয়ত উপ বন সংৰক্ষকৰ দ্বাৰা পঞ্জীয়ন হোৱা গোচৰৰ আবেদন নাকচ কৰি কয় যে, এই গোচৰে কেৱল ন্যায়ালয়ৰ সময়ৰ অপব্যৱহাৰ কৰিছে ৷

ন্যায়ধীশ সঞ্জয় কিষান কোলৰ অধ্যক্ষতাৰ বিচাৰপীঠত কোৱা হৈছিল যে, গোচৰৰ নথি পত্ৰ তথা গোচৰ সমূহৰ লগতে যিসমূহ বিষয়াই জড়িত হোৱা নাই তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত হ'ব নালাগে ৷ যাৰ বাবে আদালতে ন্যায়ালয়ৰ সময় অপব্যৱহাৰ কৰাৰ বাবে 15,000 টকা জৰিমনা বিহিছে অভিযোগকাৰীৰ পৰা ৷

ন্যায়ালয়ৰ ফালৰ পৰা আকৌ জনাই যে, গোচৰ কৰা আবেদনখনে 462 দিনতকৈ বেছি সময় অপব্যৱহাৰ কৰিছে ৷

লগতে পঢ়ক : নীতিশ কুমাৰক চাবলৈ গৈ জনতাই ক্ষতি কৰিলে 5 একৰ পথাৰৰ শস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.