ETV Bharat / bharat

কালধুমুহা ফেনীঃ ওড়িশাত নিহত 13জন - assam news

ফেনীৰ কৱলত পৰা ৰাজ্যসমূহৰ বাবে 1000 কোটি টকাৰ সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ফেনীৰ কবলত পৰা ৰাজ্যসমূহৰ বাবে 1000 কোটি টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
author img

By

Published : May 4, 2019, 1:07 PM IST

নিউজ ডেস্ক, 4 মেঃ বিধ্বংসী ধুমুহা ফেণীৰ কৱলত পৰা ৰাজ্যসমূহৰ বাবে 1000 কোটি টকাৰ সাহাৰ্য ঘোষণা কেন্দ্ৰ চৰকাৰৰ ৷ ওড়িশা,পশ্চিমবংগ,অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত ফেণীয়ে চলাইছে ধ্বংসলীলা৷

ইটিভি ভাৰতে পোৱা তথ্য অনুসৰি ওড়িশাত ফেনীৰ কৱলত ইতিমধ্যেই মৃত্যুক সাৱটিছে 13 জনকৈ লোকে ৷ মৃত্যুৰ তথ্য বৰ্তমানেও ৰাজহুৱা কৰা নাই স্পেছিয়েল ৰিলিফি কমিচনাৰে ৷ ওড়িশাৰ বিভিন্ন জিলাত ফেনীৰ কৱলত মৃত্যুৰ সংখ্যা:

  • বাড়িপাৰা ( ময়ুৰভঞ্জ জিলা) : 4 জন
  • জজপুৰ : 4 জন
  • বালাচোৰ: 1 জন
  • কেন্দ্ৰপাৰা : 2 জন
  • পুৰী: 1 জন
  • নয়াগড় : 1 জন

ওড়িশাৰ বিভিন্ন প্ৰান্তত ফেনী ঘূৰ্ণীবতাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বৈদ্যুতিক সেৱা ৷ ভুৱনেশ্বৰত খহি পৰিছে 10,000তকৈও অধিক বৈদ্যুতিক খুটা ৷ খহি পৰিছে বিভিন্ন অট্টালিকা ৷ গছ-গছনি উভালি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ৷ শনিবাৰে নিশাৰ ভিতৰত ভুৱনেশ্বৰ,কটক আৰু গঞ্জম,ময়ুৰভঞ্জ,খুৰ্দা জিলাত বিদ্যুৎ যোগান ধৰিব বুলি প্ৰকাশ কৰিছে শক্তিবিভাগে ৷

death toll due to Cyclone FANI in Odisha mounts to 13

কালধুমুহা ফেনী : ওড়িশাত নিহত 13 জন

ফেনীৰ কবলত পৰা ৰাজ্যসমূহৰ বাবে 1000 কোটি টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷ 

নিউজ ডেস্ক, 4 মে': বিধ্বংসী ধুমুহা ফেনীৰ কবলত পৰা ৰাজ্যসমূহৰ বাবে  1000 কোটি টকাৰ সাহায্য ঘোষণা কেন্দ্ৰ চৰকাৰৰ৷ ওড়িশা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত ফেনীয়ে চলাইছে ধ্বংসলীলা৷ 

ইটিভি ভাৰতে পোৱা তথ্য অনুসৰি ওড়িশাত ফেনীৰ কৱলত ইতিমধ্যেই মৃত্যুক সাৱটিছে 13 জনকৈ লোকে৷ মৃত্যুৰ তথ্য বৰ্তমানেও ৰাজহুৱা কৰা নাই স্পেছিয়েল ৰিলিফি কমিচনাৰে৷ 

ওড়িশাৰ বিভিন্ন জিলাত ফেনীৰ কবলত মৃত্যুৰ সংখ্যা:

বাড়িপাৰা ( ময়ুৰভঞ্জ জিলা) : 4 জন
জজপুৰ : 4 জন
বালাচোৰ: 1 জন 
কেন্দ্ৰপাৰা : 2 জন
পুৰী: 1 জন
নয়াগড় : 1 জন

ওড়িশাৰ বিভিন্ন প্ৰান্তত ফেনী ঘূৰ্ণীবতাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বৈদ্যুতিক সেৱা৷ ভুৱনেশ্বৰত খহি পৰিছে 10,000 তকৈও অধিক বৈদ্যুতিক খুটা৷ খহি পৰিছে বিভিন্ন অট্টালিকা৷ গছ-গছনি উভালি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান৷
শনিবাৰে নিশাৰ ভিতৰত ভুৱনেশ্বৰ, কটক আৰু গঞ্জম, ময়ুৰভঞ্জ, খুৰ্দা জিলাত বিদ্যুৎ যোগান ধৰিব বুলি প্ৰকাশ কৰিছে শক্তিবিভাগে৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.