ETV Bharat / bharat

পৰৱৰ্তী 12 ঘন্টাত ঘূৰ্ণীবতাহ নিসৰ্গই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে : IMD - দিল্লী আৰু উত্তৰ প্ৰদেশত বৰষুণ হোৱাৰ সম্ভাৱনা

IMD য়ে কয়, "পাঞ্জিমৰ পশ্চিম-দক্ষিণ পশ্চিমৰ 300 কিল'মিটাৰ দূৰত্ব, মুম্বাইৰ দক্ষিণ-দক্ষিণ পশ্চিমৰ 550 কিল'মিটাৰ দূৰত্ব আৰু চুৰাটৰ দক্ষিণ-দক্ষিণ পশ্চিমৰ 770 কিল'মিটাৰ দূৰত্বৰ পূৱ-কেন্দ্ৰীয় আৰৱ সাগৰৰ 14.4 ডিগ্ৰী অক্ষাংশ আৰু 71.2 ডিগ্ৰী দ্ৰাৰ্ঘিমাংশত ঘূৰ্ণীবতাহক লৈ চিন্তাৰ উদ্বেগ হৈছে ৷"

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ
পৰৱৰ্তী 12 ঘন্টাত ঘূৰ্ণীবতাহ নিসৰ্গই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে : IMD
author img

By

Published : Jun 2, 2020, 2:21 PM IST

নেশ্যনেল ডেস্ক, 2 জুন : মঙলবাৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই (IMD) আগজাননী প্ৰদান কৰিছে যে, নিসৰ্গ ঘূৰ্ণীবতাহ মহাৰাষ্ট্ৰৰ উপকূলৰ দিশে আগবাঢ়িছে আৰু মুম্বাইৰ ওচৰ-চুবুৰীয়া অঞ্চলত 3 জুনৰ দিনা ভূমিস্খলন সংঘটিত কৰাৰ সম্ভাৱনা আছে ৷

পৰৱৰ্তী 12 ঘন্টাত ঘূৰ্ণীবতাহ নিসৰ্গই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে : IMD

IMD য়ে কয়, "পাঞ্জিমৰ পশ্চিম-দক্ষিণ পশ্চিমৰ 300 কিল'মিটাৰ দূৰত্ব, মুম্বাইৰ দক্ষিণ-দক্ষিণ পশ্চিমৰ 550 কিল'মিটাৰ দূৰত্ব আৰু চুৰাটৰ দক্ষিণ-দক্ষিণ পশ্চিমৰ 770 কিল'মিটাৰ দূৰত্বৰ পূৱ-কেন্দ্ৰীয় আৰৱ সাগৰৰ 14.4 ডিগ্ৰী অক্ষাংশ আৰু 71.2 ডিগ্ৰী দ্ৰাৰ্ঘিমাংশত ঘূৰ্ণীবতাহক লৈ চিন্তাৰ উদ্বেগ হৈছে ৷"

পৰৱৰ্তী 12 ঘন্টাত ঘূৰ্ণীবতাহ নিসৰ্গই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে : IMD

ঘূৰ্ণীবতাহৰ আগজাননী প্ৰদান কৰাৰ লগতে মাছমৰীয়া সকলক দক্ষিণ-পূৱ আৰৱীয়ান সাগৰ, লক্ষদ্বীপ আৰু কেৰালা উপত্যকাত পৰৱৰ্তী 48 ঘন্টাত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইয়াৰোপৰি, 3 জুন পৰ্যন্ত কৰ্ণাটক-গোৱা উপত্যকা আৰু 3-4 জুনত মহাৰাষ্ট্ৰৰ উপত্যকা, আৰৱীয়ান সাগৰীয় উপত্যকা আৰু গুজৰাট উপত্যকাত মাছমৰীয়াক প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে ৷

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী
ঘূৰ্ণীবতাহ নিসৰ্গই ভাৰতৰ বিভিন্ন অঞ্চলত ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা

ইয়াৰোপৰি, বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে যে, অহা 2 ঘন্টাৰ ভিতৰত দেশৰ ৰাজধানী দিল্লী আৰু উত্তৰ প্ৰদেশৰ কিছু অংশত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ এই অঞ্চলসমূহত বিজুলী-ঢেৰেকনি হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে IMD য়ে ৷

  • Depression over Eastcentral Arabian Sea near lat14.4°N and long 71.2°E about 300 km west-southwest of Panjim (Goa).
    To intensify into Cyclonic Storm in24 hours. To cross north Maharashtra and south Gujarat coasts bet Harihareshwar(Raigad) and Daman in the afternoon of 03rd June . pic.twitter.com/7HoD9x7vlw

    — India Met. Dept. (@Indiametdept) June 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

IMD য়ে কয়, "অহা দুই ঘন্টাৰ ভিতৰত দিল্লীৰ বহু অঞ্চল, হাৰিয়ানাৰ কৰ্ণাল, ছোনিপাত, পানিপট আৰু উত্তৰ প্ৰদেশৰ শামলি, বাঘপট, গাজিয়াবাদ, মদিনাপুৰ আৰু মিৰাটত বিজুলী-ঢেৰেকনিৰ লগতে 20-40 কিল'মিটাৰ প্ৰতি ঘন্টাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷"

  • Depression over eastcentral Arabian intensified into Deep Depression .To intensify further into into a Cyclonic Storm in next 12 hrs and into a Severe Cyclonic Storm in subsequent 12 hrs and cross north Maharashtra and adjoining south Gujarat coast in afternoon of 03rd June. pic.twitter.com/ePU9HuEb5S

    — India Met. Dept. (@Indiametdept) June 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.