ETV Bharat / bharat

আম্ফানত নিহতসকলৰ বাবে শোক প্ৰকাশ উপ ৰাষ্ট্ৰপতি নাইডুৰ

উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আম্ফানৰ ফলত মৃত্যু লোকসকলৰ বাবে শোক প্ৰকাশ কৰে । লগতে উৰিষ্যা আৰু পশ্চিম বংগৰ প্ৰশাসনৰ কৰ্ম দক্ষতাক প্ৰশংসা কৰে উপ ৰাষ্ট্ৰপতি গৰাকীয়ে ।

author img

By

Published : May 21, 2020, 10:27 PM IST

এম ভেংকায়া নাইডু
আম্ফানত নিহতসকলৰ বাবে শোক প্ৰকাশ উপ ৰাষ্ট্ৰপতি নাইডুৰ

নিউজ ডেস্ক, ২১ মে': বৃহস্পতিবাৰে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ঘৰ্ণীবতাহ আম্ফানৰ ফলত মৃত্যু হোৱা ব্য়ক্তিসকলৰ বাব শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে উৰিষ্যা আৰু পশ্চিম বংগৰ প্ৰশাসনিক যন্ত্ৰপাতিৰ প্ৰশংসা কৰে উপ ৰাষ্ট্ৰপতি গৰাকীয়ে । উল্লেখ্য যে ঘৰ্ণীবতাহ আম্ফানৰ ফলত পশ্চিম বংগৰ কলকাতাকে ধৰি বিভিন্ন অঞ্চলত ১২ জন লোকৰ মৃত্যু হৈছে বুলিও উল্লেখ কৰে নাইডুৱে ।

বৃহস্পতিবাৰে এম ভেংকায়া নাইডুৱে টুইটযোগে কয়, "পশ্চিম বংগ আৰু উৰিষ্যাত ঘৰ্ণীবতাহ আম্ফানৰ ফলত কৃষকৰ শষ্যকে ধৰি চৰকাৰী আৰু বেচৰকাৰী সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয় ।"

তাৰোপৰি NDRFৰ সহযোগত জিলা প্ৰশাসনে সঠিক সময়ত জনসাধৰণক নিৰাপদ স্থানলৈ স্থানন্তৰিত কৰা কাৰ্যক প্ৰশংসা কৰে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.