ETV Bharat / bharat

আজি ৰায়দানৰ সম্ভাৱনা পাইলট বাহিনীৰ আবেদনৰ

author img

By

Published : Jul 24, 2020, 10:57 AM IST

মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহান্তি আৰু ন্যায়াধীশ প্ৰকাশ গুপ্তাৰ খণ্ড বিচাৰপীঠে 21 জুলাই শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল ৷

Current Political scenario in Rajasthanc
পাইলট বাহিনীৰ আবেদনৰ আজি ৰায়দানৰ সম্ভাৱনা

ৰাজস্থান, 24 জুলাই : ৰাজস্থান বিধানসভাৰ অধ্যক্ষই জাৰি কৰা জাননীক প্ৰত্যাহ্বান জনায় শচীন পাইলটসহ 18 গৰাকী বিধায়কে দাখিল কৰা আবেদনৰ শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব ৰাজস্থান উচ্চ ন্যায়ালয়ে ৷ ৰাজস্থান বিধানসভাৰ অধ্যক্ষই শচীন পাইলটসহ 18 গৰাকী বিধায়কক বিধানসভাৰ বাবে অযোগ্য বুলি ঘোষণা কৰাৰ বাবে বিধায়ককেইগৰাকীয়ে দাখিল কৰিছিল এই আবেদন ৷

ৰাজস্থান উচ্চ ন্যায়ালয়ে শুকুৰবাৰে এই আবেদনৰ ৰায়দান কৰাৰ সম্ভাৱনা আছে ৷ মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহান্তি আৰু ন্যায়াধীশ প্ৰকাশ গুপ্তাৰ খণ্ড বিচাৰপীঠে 21 জুলাই শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল ৷ আজি পুৱা 10.30 বজাৰ পৰা আৰম্ভ হয় ন্যায়ালয়ৰ শুনানি ৷

লগতে পঢ়ক : ৰাজ্যত মহামাৰী কৰ‘ণাত আক্ৰান্ত হৈ 70 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.