ETV Bharat / bharat

কৰণাতংক : মুম্বাইৰ উপনগৰীয় ৰে'ল চলায় কেন্দ্ৰীয় ৰেল বিভাগৰ মহিলাই - স্থানীয় ৰে'লৰ সঞ্চালন

মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ আবেদন অনুসৰি, মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা আৱশ্যক কৰ্মচাৰীৰ বাবে বিগত কিছুদিনৰ পৰা সীমিত স্থানীয় ৰেলৰ সঞ্চালন আৰম্ভ কৰা হৈছে । ফেচ ছীল্ড, মাক্ত, হেণ্ড গ্লোভছ পৰিধান কৰি দুগৰাকী মহিলাই হাৰ্বৰ লাইনত ছত্ৰপতি শিৱাজী টাৰ্মিনাছ-পানভেল উপনগৰীয় ৰে'ল চলায় । আনহাতে মমতাজ কাজীয়ে বোৰ্খা পৰিধান কৰি অতি সাৱধানে ১৬৭ বছৰ পুৰণি ৰেল মাৰ্গ চিএছএমটি-থানেত ৰে'ল চলায় ।

কৰণাতংক : মুম্বাইৰ উপনগৰীয় ৰে'ল চলায় কেন্দ্ৰীয় ৰেল বিভাগৰ মহিলাই

author img

By

Published : Jun 21, 2020, 8:54 PM IST

নেশ্যনেল ডেস্ক, ২১ জুন : কেন্দ্ৰীয় ৰে'লৱেৰ কৰ্মস্থলীত মহিলা কৰ'ণা ভাইৰাছৰ চিআৰৰ সমৰ্পিত বেণ্ডত দুই মটৰ মহিলা মমতাজ কাজী আৰু মনীষা মহাস্কে ঘোৰপড়ে জড়িত হৈ আছে । মহিলা দুগৰাকীয়ে নিজ কৰ্তব্য পালনৰ অৰ্থে ৰে'ল কেবিনত প্ৰৱেশ কৰি পূৰ্ণ সুৰক্ষা গেয়াৰত কাম কৰে ।

দুয়োগৰাকী মহিলাৰ উপৰিও ৰে'ল ৰক্ষী, মহিলা ৰেলৱে সুৰক্ষা বল, মহিলা ৰেল প্ৰৱন্ধক, টিকট বুকিং ক্লাৰ্ক আদি সকলো ৰে'ল বিভাগীয় মহিলা কৰ্মচাৰী আছে ।

মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ আবেদন অনুসৰি, মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা আৱশ্যক কৰ্মচাৰীৰ বাবে বিগত কিছুদিনৰ পৰা সীমিত স্থানীয় ৰে'লৰ সঞ্চালন আৰম্ভ কৰা হৈছে ।

ফেচ ছীল্ড, মাক্ত, হেণ্ড গ্লোভছ পৰিধান কৰি মহিলা দুগৰাকীয়ে হাৰ্বৰ লাইনত ছত্ৰপতি শিৱাজী টাৰ্মিনাছ-পানভেল উপনগৰীয় ৰে'ল চলায় । আনহাতে মমতাজ কাজীয়ে বোৰ্খা পৰিধান কৰি অতি সাৱধানে ১৬৭ বছৰ পুৰণি ৰেল মাৰ্গ চিএছএমটি-থানেত দায়িত্ব অনুসাৰে ৰে'ল চলায় ।

ইয়াৰোপৰি অন্য মহিলা আৰক্ষী সেৱাত অনীতা আৰু সোনালী নন্দেশ্বৰী, ট্ৰেকওমেন প্ৰীতি ৰাণে, ঐশ্বৰ্য যাদৱ, দক্ষা প্ৰৱীণ, কৰ্মচাৰী ভৱানীশ্ৰী কোপড়ে, বুকিং ক্লাৰ্ক বৈভৱী চুতাৰৰ সৈতে বহুকেইগৰাকী মহিলা জড়িত হৈ আছে ।

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.