ETV Bharat / bharat

ৰঙাপৰাত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই (এম)ৰ প্ৰতিবাদ - চিপিআই (এম)ৰ প্ৰতিবাদ

ৰঙাপৰাত পেট্ৰ'ল-ডিজেলৰ ক্ৰমাগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই (এম)ৰ প্ৰতিবাদ সাব্যস্ত । হাতে হাতে ৰঙা পতাকা আৰু বেনাৰ লৈ দলটোৰ সদস্যসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

ৰঙাপৰাত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ চিপিআই (এম)ৰ

author img

By

Published : Jun 26, 2020, 8:44 PM IST

ৰঙাপৰা, ২৬ জুন : ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে শুক্ল বৃদ্ধি কৰি পেট্ৰ'ল-ডিজেলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ পিছতে সৰৱ হৈ উঠিছে চিপিআই (এম) দল । শুকুৰবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰা চহৰত প্ৰতিকূল বতৰৰ বাধাকো নেওচি চিপিআই(এম)য়ে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ।

ৰঙাপৰাত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ চিপিআই (এম)ৰ
ৰঙাপৰাত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ চিপিআই (এম)ৰ

দিনৰ ১১ বজাত চহৰৰ মাজ-মজিয়াত তথা চিপিআই (এম)ৰ কাৰ্যালয়ৰ সন্মুখত দলটোৰ সদস্যসকলে হাতে হাতে ৰঙা পতাকা আৰু বেনাৰ লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ । পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক, আবকাৰী শুল্ক বৃদ্ধি কৰি পেট্ৰ'ল-ডিজেলৰ ক্ৰমাগত মূল্যবৃদ্ধি নচলিব, বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পাছতো ভাৰতত পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি হয় কিয়? চিপিআই (এম) জিন্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে ৰঙাপৰাৰ আকাশ-বতাহ মুখৰিত কৰি তোলে দলটোৱে। পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰখনে মূল্যবৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন সোধোৱা বুলি উদ্বেগ প্ৰকাশ কৰে চিপিআই (এম)ৰ নেতাসকলে ।

লগতে পঢ়ক : চিপ লোৱা অৱস্থাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.