ETV Bharat / bharat

কোভিড 19ঃ ভাৰতৰ সামগ্ৰিক তথ্য

author img

By

Published : Oct 2, 2020, 2:16 PM IST

বৰ্তমানলৈকে ভাৰতত 63,94,068 গৰাকী লোক ক’ভিড 19ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 99,773 গৰাকীৰ ৷ এই ৰোগৰ পৰা বৰ্তমানলৈকে 53,52,078 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ লগতে সক্ৰিয় হৈ আছে 9,42,217 গৰাকী ৰোগী ৷

COVID19 LIVE: India's case tally nears to 64 lakh cases
কোভিড 19ঃ ভাৰতৰ সামগ্ৰিক তথ্য

নেশ্যনেল ডেস্ক, 2 অক্টোবৰঃ ভাৰতত ক’ভিড 19ত আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে ভৰি দিছে 63 লাখৰ ঘৰত ৷ ইয়াৰ বিপৰীতে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে প্ৰায় 53 লাখ লোকে ৷ ভাৰতীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰিছে এই কথা ৷

বৰ্তমানলৈকে ভাৰতত 63,94,068 গৰাকী লোক ক’ভিড 19ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 99,773 গৰাকীৰ ৷ এই ৰোগৰ পৰা 53,52,078 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ লগতে বৰ্তমানলৈকে সক্ৰিয় হৈ আছে 9,42,217 গৰাকী ৰোগী ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এই সংখ্যা মুঠ ৰোগীৰ সংখ্যাৰ 14.74 শতাংশ ৷

ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদে জনোৱা অনুসৰি 1 অক্টোবৰলৈকে ভাৰতত মুঠ 7,67,17,728 টা নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে 10,97,47 টা নমুনা বৃহস্পতিবাৰৰ দিনটোত পৰীক্ষা কৰা হয় ৷

লগতে পঢ়ক-সপত্নীক ক’ভিড 19ত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.