ETV Bharat / bharat

ভাৰতবৰ্ষত ৰাজ্য ভিত্তিক কোভিড 19ৰ শেহতীয়া তথ্য

author img

By

Published : Apr 15, 2020, 12:08 PM IST

15 এপ্ৰিলৰ পুৱা 8 বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশ কৰে যে,দেশজুৰি ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 377 গৰাকী লোকৰ,সমান্তৰালকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা 11,439 লৈ বৃদ্ধি হৈছে ৷

COVID19 India tracker:State wise report
ভাৰতবৰ্ষত ৰাজ্যভিত্তিক কোভিড 19ৰ শেহতীয়া তথ্য

নেশ্যনেল ডেক্স,15 এপ্ৰিলঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বুধবাৰে পুৱাৰ ভাগলৈ দেশত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 11,439 গৰাকী ৷ 15 এপ্ৰিলৰ পুৱা 8 বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশ কৰে যে,দেশজুৰি ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 377 গৰাকী লোকৰ,সমান্তৰালকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা 11,439 লৈ বৃদ্ধি ৷ মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা 2,687 ৷ ইয়াৰ পিছতেই ৰাজধানী দিল্লীত আক্ৰান্ত হৈছে 1,561 গৰাকীকৈ লোক ৷

COVID19 India tracker:State wise report
ভাৰতবৰ্ষত ৰাজ্যভিত্তিক কোভিড 19ৰ শেহতীয়া তালিকা

লগতে পঢ়ক-কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ কি আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.