ETV Bharat / bharat

কোভিড 19: কৰ্ণাটকত আক্ৰান্তৰ সংখ্যা 7,51,390 লৈ বৃদ্ধি

author img

By

Published : Oct 17, 2020, 3:42 PM IST

সম্প্ৰতি কৰ্ণাটকত 7,51,390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ যাৰ ভিতৰত এতিয়াও ভাইৰাছবিধৰ সৈতে যুঁজি আছে 1,12,427 গৰাকী লোকে ৷ বৰ্তমানলৈকে 10,356 গৰাকী ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে ৷

COVID LIVE: Recoveries outnumber cases in Karnataka Etv bharat news
কোভিড 19

কৰ্ণাটক,17 অক্টোবৰ: কৰ্ণাটকত অভিলেখসংখ্যকভাৱে এদিনতে 8,580 গৰাকী কৰ’ণা ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ বৃহস্পতিবাৰে ৰাজ্যখনত 7,542 গৰাকী লোক নতুনকৈ আক্ৰান্ত হয় কৰ’ণাত ৷ ৰাজ্যখনত বিগত 24 ঘণ্টাত ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছেগৈ 6,28,588 গৰাকী ৷

সম্প্ৰতি কৰ্ণাটকত 7,51,390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ যাৰ ভিতৰত এতিয়াও ভাইৰাছবিধৰ সৈতে যুঁজি আছে 1,12,427 গৰাকী লোকে ৷ বৰ্তমানলৈকে 10,356 গৰাকী ব্যক্তিয়ে কৰ’ণাত মৃত্যুবৰণ কৰিছে ৷

ইয়াৰ মাজতে বাংগালুৰুত আক্ৰান্তৰ সংখ্যাই 3 লাখৰ সীমা অতিক্ৰম কৰিছে ৷ যাৰ ভিতৰত বিগত 24 ঘণ্টাত 3,441 গৰাকী ব্যক্তি নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ লগে লগে আক্ৰান্ত ব্যক্তিৰ সংখ্যা 65,664 গৰাকীলৈ বৃদ্ধি পায় ৷

লগতে চাওকঃ কলিয়াবৰত ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.