ETV Bharat / bharat

সুস্থ থাকিবলৈ নিতৌ মই সেৱন কৰো কেৱল গৰম পানীঃ মোডী

author img

By

Published : Apr 2, 2020, 1:44 PM IST

সুস্থ থাকিবলৈ সকলো লোকক গৰম পানী সেৱন কৰিবলৈ আহ্বান মোডীৰ । আয়ুষ মন্ত্ৰণালয়ৰ এক নীতি-নিয়ম শ্বেয়াৰ কৰি এই নিয়ম সমূহ জীৱনৰ অংশ হিচাপে ল'বলৈ কোৱাৰ লগতে আনকো এই বিষয়ে সজাগ কৰিবলৈ আহ্বান জনায় ।

সুস্থ থাকিবলৈ নিতৌ মই সেৱন কৰো কেৱল গৰম পানীঃ মোডী
সুস্থ থাকিবলৈ নিতৌ মই সেৱন কৰো কেৱল গৰম পানীঃ মোডী

নিউজ ডেস্ক, ২ এপ্ৰিলঃ বুধবাৰে টুইটাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আয়ুষ মন্ত্ৰণালয়ৰ এক নীতি-নিয়ম শ্বেয়াৰ কৰি সকলোকে সুস্থ থাকিবলৈ গৰম পানী সেৱন কৰিবলৈ আহ্বান জনায় ।

  • Recently the Ayush Ministry came out with protocols that list out easily doable things that improve health as well as immunity. There are many things in the protocol that I myself have been diligently doing for years, such as drinking only hot water through the year.

    — Narendra Modi (@narendramodi) April 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতেই নিজকে সুস্থ থাকিবলৈ তথা প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আয়ুষ মন্ত্ৰালয়ৰ এটা প্ৰটকল তথা নিয়মাৱলী প্ৰকাশ কৰি এইটো জীৱনৰ এটা অংশ হিচাপে ল'বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে এই সন্দৰ্ভত আনকো সজাগ কৰিবলৈ অনুৰোধ জনায় সকলোকে ।

মোডীয় উল্লেখ কৰে, আহক সকলোৱে নিজকে সুস্থ ৰখাৰ যত্ন কৰো । সৰ্বপৰি সুস্থ শৰীৰেই হৈছে সুখৰ আশ্ৰয়কেন্দ্ৰ ।

  • I urge you to have a look at the Ayush Ministry protocol, make it a part of your lives and share it with others.

    Let’s keep the focus on being healthy. After all, good health is the harbinger of happiness. pic.twitter.com/fZCPFJtwi0

    — Narendra Modi (@narendramodi) April 1, 2020 " class="align-text-top noRightClick twitterSection" data="

I urge you to have a look at the Ayush Ministry protocol, make it a part of your lives and share it with others.

Let’s keep the focus on being healthy. After all, good health is the harbinger of happiness. pic.twitter.com/fZCPFJtwi0

— Narendra Modi (@narendramodi) April 1, 2020 ">

সকলোৱে পালন কৰিব পৰাকৈ শেহতীয়াকৈ আয়ুষ মন্ত্ৰাণালয়ৰ এটা প্ৰটকল আৰম্ভ কৰা হয় । যিটোৱে শৰীৰ সুস্থ তথা প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়ক ।

এই প্ৰটকলত বহু কেইটা বস্তু সন্নিৱিষ্ট কৰা হৈছে । যিটো স্বয়ং প্ৰধানমন্ত্ৰীগৰাকীয় দীৰ্ঘ সময়ৰ পৰা কৰি আহিছো বুলি উল্লেখ কৰে । ইয়াৰ ভিতৰতে অন্যতম হৈছে কেৱল গৰম পানী সেৱন কৰা । সকলোকে এই নীতি-নিয়ম পালন কৰিবলৈ আহ্বান জনায় মোডীয়ে ।

বৰ্তমান বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা কোভিড-১৯ মহামাৰীৰ কোনো ঔষধ আৱিষ্কাৰ হোৱা নাই গতিকে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে নিজকে সুস্থ আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰখা ।

এই প্ৰটকলৰ অধীনত আছে দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰা, ৩০ মিনিটলৈ প্ৰণায়ম (যোগ) তথা মেডিটেশ্বন কৰা, হালধী, জিৰা, ধনীয়া, নহৰু আহাৰত গ্ৰহণ কৰা ।

কৰ'ণাতংকঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পাচত প্ৰথমবাৰৰ বাবে বাতিল উইম্বলডন

নিউজ ডেস্ক, ২ এপ্ৰিলঃ বুধবাৰে টুইটাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আয়ুষ মন্ত্ৰণালয়ৰ এক নীতি-নিয়ম শ্বেয়াৰ কৰি সকলোকে সুস্থ থাকিবলৈ গৰম পানী সেৱন কৰিবলৈ আহ্বান জনায় ।

  • Recently the Ayush Ministry came out with protocols that list out easily doable things that improve health as well as immunity. There are many things in the protocol that I myself have been diligently doing for years, such as drinking only hot water through the year.

    — Narendra Modi (@narendramodi) April 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতেই নিজকে সুস্থ থাকিবলৈ তথা প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আয়ুষ মন্ত্ৰালয়ৰ এটা প্ৰটকল তথা নিয়মাৱলী প্ৰকাশ কৰি এইটো জীৱনৰ এটা অংশ হিচাপে ল'বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে এই সন্দৰ্ভত আনকো সজাগ কৰিবলৈ অনুৰোধ জনায় সকলোকে ।

মোডীয় উল্লেখ কৰে, আহক সকলোৱে নিজকে সুস্থ ৰখাৰ যত্ন কৰো । সৰ্বপৰি সুস্থ শৰীৰেই হৈছে সুখৰ আশ্ৰয়কেন্দ্ৰ ।

  • I urge you to have a look at the Ayush Ministry protocol, make it a part of your lives and share it with others.

    Let’s keep the focus on being healthy. After all, good health is the harbinger of happiness. pic.twitter.com/fZCPFJtwi0

    — Narendra Modi (@narendramodi) April 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সকলোৱে পালন কৰিব পৰাকৈ শেহতীয়াকৈ আয়ুষ মন্ত্ৰাণালয়ৰ এটা প্ৰটকল আৰম্ভ কৰা হয় । যিটোৱে শৰীৰ সুস্থ তথা প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়ক ।

এই প্ৰটকলত বহু কেইটা বস্তু সন্নিৱিষ্ট কৰা হৈছে । যিটো স্বয়ং প্ৰধানমন্ত্ৰীগৰাকীয় দীৰ্ঘ সময়ৰ পৰা কৰি আহিছো বুলি উল্লেখ কৰে । ইয়াৰ ভিতৰতে অন্যতম হৈছে কেৱল গৰম পানী সেৱন কৰা । সকলোকে এই নীতি-নিয়ম পালন কৰিবলৈ আহ্বান জনায় মোডীয়ে ।

বৰ্তমান বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা কোভিড-১৯ মহামাৰীৰ কোনো ঔষধ আৱিষ্কাৰ হোৱা নাই গতিকে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে নিজকে সুস্থ আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰখা ।

এই প্ৰটকলৰ অধীনত আছে দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰা, ৩০ মিনিটলৈ প্ৰণায়ম (যোগ) তথা মেডিটেশ্বন কৰা, হালধী, জিৰা, ধনীয়া, নহৰু আহাৰত গ্ৰহণ কৰা ।

কৰ'ণাতংকঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পাচত প্ৰথমবাৰৰ বাবে বাতিল উইম্বলডন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.