ETV Bharat / bharat

COVID-19: ছোনিয়া গান্ধী, মনমোহন সিঙৰ লগত বাৰ্তালাপ মোডীৰ

দেওবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ কৰ'ণা ভাইৰাছ সন্দৰ্ভত বাৰ্তালাপ কৰে । কেইবাগৰাকীও নেতা মন্ত্ৰী উপৰিও প্ৰাক্তন প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি তথা কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ লগতো টেলিফনিক বাৰ্তালাপ কৰে মোডীয়ে ।

COVID-19
COVID-19: ছোনিয়া গান্ধী, মনমোহন সিঙৰ লগত বাৰ্তালাপ মোডীৰ
author img

By

Published : Apr 5, 2020, 8:05 PM IST

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ দেওবাৰে মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধ সন্দৰ্ভত কেইবাগাৰীও বিশিষ্ট ব্যক্তিৰ লগত বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীৰ উপৰিও কেইবা গৰাকী ব্যক্তিৰ লগত বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

এক সূত্ৰৰ খবৰ অনুসৰি, মোডীয়ে মুলায়াম সিং যাদৱ আৰু সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, DMK'sৰ এম কে ষ্টালিন আৰু শিৰোমণি অকালী দলৰ নেতা প্ৰকাশ সিং বাদলৰ সৈতে টেলিফনিক বাৰ্তালাপ কৰে ।

লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আৰু প্ৰাক্তন প্ৰধান প্ৰধানমন্ত্ৰী এছ ডি দেবগৌড়াৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহামাৰী কৰ'ণা ভাইৰাছ সন্দৰ্ভত বাৰ্তালাপ কৰে ।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগন্তুক ৮ মাৰ্চত বিভিন্ন ৰাজনৈতিক দল সমূহৰ নেতাৰ লগত বাৰ্তালাপ কৰিব বুলিও জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.