ETV Bharat / bharat

কোভিড-19 : ছোনিয়া, মনমোহন আৰু বহু নেতাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ - কৰ'ণা ভাইৰাছ সম্পৰ্কত গুৰুত্বপূৰ্ণ আলোচনা

বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাৰে প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তালাপ ৷ কৰ'ণা ভাইৰাছ সম্পৰ্কত গুৰুত্বপূৰ্ণ আলোচনা ৷

কোভিড-19
ছোনিয়া, মনমোহন আৰু বহু নেতাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ
author img

By

Published : Apr 5, 2020, 6:16 PM IST

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দেশৰ বহুকেইজন জ্যেষ্ঠ নেতাৰে কৰ'ণা ভাইৰাছ সম্পৰ্কত মত বিনিময় কৰে ৷ এই নেতাসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে মনমোহন সিং, কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৷

সূত্ৰৰ পৰা প্ৰদান কৰা তথ্য অনুসৰি, মোডীয়ে আৰু বহুকেইজন ৰাজনৈতিক দলৰ নেতাৰ সৈতেও ফোনযোগে বাৰ্তালাপ কৰে ৷ এইসলকৰ ভিতৰত আছিল সমাজবাদী পাৰ্টীৰ মুলায়েম সিং যাদৱ আৰু অখিলেশ যাদৱ, উড়িশাৰ প্ৰধানমন্ত্ৰী নবীন পাটনায়ক, ডিএমকেৰ এম. কে. ষ্টেলিন আৰু শিৰোমণি আকালী দলৰ নেতা প্ৰকাশ সিং বাদল ৷

ইতিমধ্য়ে প্ৰাক্তন মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডে. দেবেগৌড়াৰ সৈতেও কৰ'ণা ভাইৰাছ সম্পৰ্কত বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা কৰে মোডীয়ে ৷

ইয়াৰোপৰি, বুধবাৰে বিভিন্ন ৰাজনৈতিক দলৰ অন্য কেইবাজনো নেতাৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কৰ'ণা ভাইৰাছ সম্পৰ্কত আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.