ETV Bharat / bharat

কভিড-19 সন্ত্ৰাসঃ কেন্দ্ৰৰ পৰা CBSEলৈ বিশেষ নিৰ্দেশনা জাৰি

author img

By

Published : Apr 2, 2020, 6:27 PM IST

বুধবাৰে CBSEৰ প্ৰথমৰ পৰা অষ্টমশ্ৰেণীলৈকে প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীক পদোন্নতি কৰিবলৈ নিৰ্দেশনা জাৰি কৰে মানৱ সংশাধন বিকাশ মন্ত্ৰী ৰমেশ নিশাংক পোখৰিয়ালে ৷

COVID-19 lockdown: Centre asks CBSE to promote all Class 1-8 students
কেন্দ্ৰৰ পৰা CBSEলৈ বিশেষ নিৰ্দেশনা জাৰি

নিউজ ডেস্ক,2 এপ্ৰিলঃ মানৱ সংসাধন বিকাশ মন্ত্ৰালয়ে দেশত কৰ'ণা ভাইৰাছৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডক ( CBSE ) বিশেষ নিৰ্দেশনা জাৰি কৰে ৷ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীক পদোন্নতি কৰাৰ নিৰ্দশনা দিয়ে মানৱ সংসাধন বিকাশ মন্ত্ৰী ৰমেশ নিশাংক পোখৰিয়ালে ৷

  • 📢 Announcement
    Due to the ongoing #COVID19 situation & keeping in mind the academic future of students, I have advised @cbseindia29 to conduct board examinations only for 29 main subjects that are required for promotion & maybe crucial for admissions in HEIs #IndiaFightsCorona pic.twitter.com/T5fNrrj6FT

    — Dr Ramesh Pokhriyal Nishank (@DrRPNishank) April 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

নৱমৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পূৰ্বতে বিদ্যালয়ত আয়োজিত পৰীক্ষা, প্ৰকল্প সমূহৰ মূল্যাংকনৰ আধাৰত পদোন্নতি কৰা হ'ব ৷ লগতে পদোন্নতি নোহোৱা শিক্ষাৰ্থীসকলে পৰৱৰ্তী সময়ত অনলাইন অথবা অফলাইন যোগে বিদ্যালয় ভিত্তিক পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব ৷ এই সকলোখিনি কথাই জনাই ইতিমধ্য টুইট কৰিছে মানৱ সংসাধন বিকাশ মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃসুৰক্ষাকৰ্মীৰ সৈতে কাজিয়াত লিপ্ত জেএনইউৰ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.