ETV Bharat / bharat

বিগত 24 ঘন্টাত মিজোৰামত পোৱা নাই এগৰাকীও COVID আক্ৰান্ত

author img

By

Published : Jul 2, 2020, 12:59 PM IST

বিগত 24 ঘন্টাত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মিজোৰামত নতুনকৈ এগৰাকীও লোকৰ দেহত ধৰা পৰা নাই COVID-19ৰ অৱস্থিতি ৷

COVID-19 LIVE: With over 19k positive cases India's COVID tally cross 6 lakh mark

নেশ্যনেল ডেস্ক, 2 জুলাইঃ ভাৰতত 6 লক্ষাধিক অতিক্ৰম কৰিলে COVID-19 আক্ৰান্তৰ সংখ্য়াই ৷ তেনে সময়তে ভাৰতৰে এখন ৰাজ্যত স্তিমিত হৈছে COVID-19ৰ সংক্ৰমণ ৷ অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত বিগত 24 ঘন্টাৰ ভিতৰত এগৰাকীও লোকৰ দেহত ধৰা পৰা নাই COVID-19ৰ অৱস্থিতি ৷

বিগত 24 ঘন্টাত মিজোৰামত পোৱা নাই এগৰাকীও COVID আক্ৰান্ত
বিগত 24 ঘন্টাত মিজোৰামত পোৱা নাই এগৰাকীও COVID আক্ৰান্ত

মিজোৰামৰ তথ্য আৰু জনসংযোগ বিভাগে সদৰি কৰা অনুসৰি, ৰাজ্যখনত বৰ্তমানলৈ 160 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ সম্প্ৰতি মিজোৰামত 37 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে, আন 123 গৰাকী লোকে আৰোগ্য লাভ কৰিছে COVID-19ৰ পৰা ৷ লগতে বিগত 24 ঘন্টাত ৰাজ্যখনত এগৰাকীও লোক নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহা নাই ৷

উল্লেখ্য যে, বৰ্তমানলৈ মিজোৰামত এগৰাকীও COVID-19 আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱা নাই ৷

লগতে পঢ়কঃ COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া পৰিসংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.