ETV Bharat / bharat

সোমবাৰৰ দিনটোলৈ ভাৰতত কৰ'ণা সংক্ৰমিত সৰ্বমুঠ 82,29,313 গৰাকী লোক

author img

By

Published : Nov 2, 2020, 11:54 AM IST

যোৱা 24 ঘন্টাত ভাৰতত 45,230 গৰাকী লোক নতুনকৈ কৰ'ণা সংক্ৰমিত হৈছে ৷ সোমবাৰৰ দিনটোলৈ ভাৰতত সৰ্বমুঠ 82,29,313 গৰাকী লোক সংক্ৰমিত হৈছে কৰ'ণাত ৷

COVID-19 LIVE IN INDIA
সোমবাৰৰ দিনটোলৈ ভাৰতত কৰ'ণা সংক্ৰমিত সৰ্বমুঠ 82,29,313 গৰাকী লোক

নেশ্যনেলডেস্ক, 2 নৱেম্বৰ: কেন্দ্ৰীয় আৰু পৰিয়াল কল্যাণ মন্ত্ৰানালয়ে সদৰি কৰা মতে, যোৱা 24 ঘন্টাত ভাৰতত 45,230 গৰাকী লোক নতুনকৈ কৰ'ণা সংক্ৰমিত হৈছে ৷ সোমবাৰৰ দিনটোলৈ ভাৰতত সৰ্বমুঠ 82,29,313 গৰাকী লোক সংক্ৰমিত হৈছে ৷

496 গৰাকীৰ মৃত্যুৰে সৈতে মৃত্যুৰ সংখ্যা হ'ল গৈ সৰ্বমুঠ 1,22,607 জন ৷

বৰ্তমানেও 5,61,908 জন চিকিৎসাধীন হৈ থকাৰ লগতে 24ঘন্টাত 53,285 জনে আৰোগ্য লাভ কৰাৰ পাছত,আৰোগ্য লাভৰ সংখ্যা হ'ল গৈ 75,44,798 জন ৷

কেন্দ্ৰীয় আৰু পৰিয়াল কল্যাণ মন্ত্ৰানালয়ে জনোৱা মতে, ভাৰতৰ প্ৰতিমিলিয়ন জনসংখ্যাৰ 5,930 জন সংক্ৰমিত হোৱাৰ বিপৰীতে 88 জনৰ মৃত্যু হৈছে ৷ 1,25,672 গৰাকীৰ সংক্ৰমণেৰে মহাৰাষ্ট্ৰত সৰ্বাধিক আৰু 89,783 গৰাকীৰ সংক্ৰমণেৰে কেৰালা দ্বিতীয় স্থানত আছে ৷ ৰবিবাৰে মন্ত্ৰানালয়ে সদৰি কৰিছে যে, ভাৰতত আৰোগ্য লাভৰ হাৰ 91.54% ৷

ICMR ৰ মতে, 1 নৱেম্বৰৰ দিনতোলৈ 11,07,43,103 টা নমুনা সংগ্ৰহ কৰা হৈছে, যাৰ ভিতৰত 85,5,800 টা নমুনাৰ পৰীক্ষা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.