ETV Bharat / bharat

কোভিড-19: প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ 5 কোটি দিব ইছৰ'ই

সমগ্ৰ দেশে একত্ৰিত হৈ যুঁজি আছে কোভিড-19 ৰ বিৰুদ্ধে । এই যুঁজৰ বাবে সাহায্য আগবঢ়াইছে বিভিন্ন জনে। PM-CARES পুঁজিলৈ 5 কোটি টকা সাহায্য দিব বুলি ইছৰ'ই ঘোষণা কৰিছে ।

author img

By

Published : Apr 3, 2020, 12:53 PM IST

কোভিড-19: PM-CARES পুঁজিলৈ 5 কোটি দিব ইছৰ'ই

বাংগালুৰু, 3 এপ্ৰিলঃ ভাৰতীয় মহাকাষ গৱেষণা সংস্থা চমুকৈ ইছৰ' আৰু মহাকাশ বিভাগৰ (ISRO/DOS) সকলো কৰ্মচাৰীৰে এদিনৰ দৰমহা আগবঢ়াব কোভিড-19 ৰ বিৰুদ্ধে চলা যুঁজলৈ । এই ধন প্ৰধান মন্ত্ৰীৰ PM-CARES পুঁজিলৈ আগবঢ়াব । সকলো কৰ্মচাৰীৰ এদিনৰ দৰমহা মিলি প্ৰায় ৫ কোটি টকা হ'ব ।

এক প্ৰেছ বজ্ঞপ্তি যোগে ইছৰ'ই এই কথা প্ৰকাশ কৰে । বিজ্ঞপ্তিটোত উল্লেখ কৰে যে, কৰ'ণা ভাইৰাছৰ ফলত সৃষ্টি হোৱা এই গোলকীয় সংকটৰ সময়ত ইছৰ' দেশৰ সৈতে থিয় দিছে । লগতে বিজ্ঞান আৰু গৱেষণা পদ্ধতিৰে চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰি এই বিপদৰ পৰা হাত সৰাৰ কথাও উল্লেখ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.