ETV Bharat / bharat

দেশজুৰি COVID-19ৰ শেহতীয়া পৰিসংখ্যা

দেশৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া পৰিসংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...

COVID-19 INDIA TRACKER
COVID-19 INDIA TRACKER
author img

By

Published : Jul 6, 2020, 4:14 PM IST

নেশ্যনেল ডেস্ক, 6 জুলাইঃ ভাৰতবৰ্ষত COVID-19ৰ সংক্ৰমণ বৃদ্ধি পালে 697413 গৰাকী লোকলৈ । ইয়াৰ সমান্তৰালকৈ দেশত মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে 19693 গৰাকীলৈ । দেশত বৰ্তমানেও 253287 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে, এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে 424432 গৰাকী লোকে । বৰ্তমানেও COVID আক্ৰান্তৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ ।

COVID-19 INDIA TRACKER
ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া স্থিতি

মহাৰাষ্ট্ৰত সোমবাৰ দিনটোত আক্ৰান্ত সংখ্যাই অতিক্ৰম কৰিলে 2 লক্ষাধিক । ৰাজ্যখনত বৰ্তমানলৈ COVID-19ত আক্ৰান্ত হৈছে 2,06,619 গৰাকী লোক । ইয়াৰ বিপৰীতে মৃত্যুক সাৱটি লৈছে 8,822 গৰাকী লোকে আৰু আৰোগ্য লাভ কৰিছে 1,11,740 গৰাকী লোকে । বৰ্তমান ৰাজ্যখনত সক্ৰিয় আক্ৰান্ত লোক আছে 86057 গৰাকী । সমান্তৰালকৈ COVID সংক্ৰণৰ ক্ষেত্ৰত তামিলনাডু আৰু দিল্লী আছে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত ।

দেশজুৰি COVID-19ৰ শেহতীয়া পৰিসংখ্যা

লগতে পঢ়কঃ COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.