ETV Bharat / bharat

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ সাম্প্ৰতিক পৰিসংখ্যা

ভাৰতৰ সকলো ৰাজ্যৰে COVID-19ৰ সাম্প্ৰতিক তথ্য জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন...

COVID-19 INDIA TRACKER
COVID-19 INDIA TRACKER
author img

By

Published : Jun 11, 2020, 4:48 PM IST

নেশ্যনেল ডেস্ক, 11 জুনঃ ভাৰতত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে COVID-19ৰ সংক্ৰমণ । 11 জুনলৈ এই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় 286579 গৰাকী লোকলৈ । লগতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 8102 গৰাকীলৈ । বৰ্তমানলৈ এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে 141028 গৰাকী লোক । ভাৰতৰ ভিতৰতে এই মহামাৰীত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 94041 গৰাকীলৈ । লগতে ৰাজ্যখনত এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও 3289 গৰাকীলৈ বৃদ্ধি পাইছে । এই মহামাৰী সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে গুজৰাট, দিল্লী, ৰাজস্থান, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতো ।

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ সাম্প্ৰতিক পৰিসংখ্যা

লগতে পঢ়কঃ COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.