ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য - কৰ'ণা মহামাৰী

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, 20 ছেপ্তেম্বৰলৈ ভাৰতত কৰ'ণাৰ সংক্ৰমণে অতিক্ৰম কৰিলে 54 লক্ষাধিক ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
author img

By

Published : Sep 20, 2020, 1:04 PM IST

নেশ্য়নেল ডেস্ক, 20 ছেপ্তেম্বৰ: ভাৰতবৰ্ষত 54 লক্ষাধিক লোকলৈ অতিক্ৰম কৰিলে কৰ'ণা মহামাৰীৰ সংক্ৰমণে ৷ বিগত 24 ঘণ্টাত দেশত নতুনকৈ 92,605 গৰাকী লোকৰ দেহত কৰ'ণা মহামাৰীৰ অৱস্থিতি ধৰা পৰাৰ বিপৰীতে 1,133 গৰাকী লোকে নতুনকৈ মৃত্যুক সাৱটি লৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

উল্লেখ্য যে, ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 54,00,620 গৰাকী লোকলৈ ৷ বৰ্তমানেও দেশনত 10,10,824 গৰাকী সক্ৰিয় ৰোগী আছে আৰু 43,03,044 গৰাকী লোকে অব্য়াহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ আনহাতে মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত মৃতকৰ সংখ্যা 86,752 গৰাকীলৈ বৃদ্ধি পায় ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা অনুসৰি, দেশত বৰ্তমানলৈ 6,36,61,060 নমুনাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে ৷ লগতে শনিবাৰৰ দিনটোত দেশজুৰি 12,06,806 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড সন্দৰ্ভত বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.