ETV Bharat / bharat

COVID-19: ভাৰতৰ শেহতীয়া তথ্য

author img

By

Published : May 1, 2020, 12:46 PM IST

ভাৰতত 35 হাজাৰ অতিক্ৰম কৰিছে COVID-19 ত আক্ৰান্তৰ সংখ্যাই । এতিয়ালৈ 1,147 জনৰ মৃত্যু হৈছে এই মহমাৰীত ।

COVID-19: ভাৰতৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 1 মে': ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি হৈ আছে COVID-19ত আক্ৰান্তৰ সংখ্যা । বৰ্তমানলৈ ভাৰতত আক্ৰান্তৰ সংখ্যাই 35 হাজাৰৰ সীমা অতিক্ৰম কৰিছে । 1 মে'ৰ পুৱা 9.00 বজালৈ ভাৰতত কৰ'ণা ভাইৰাছৰ দ্বাৰ আক্ৰান্তৰ সংখ্যা হৈছে 35,043 গৰাকী । ইয়াৰে ভিতৰত 1,147 গৰাকীৰ মৃত্যু হৈছে আৰু 8,888 গৰাকী লোক আৰোগ্য হৈ ঘৰলৈ উভতিছে ।

COVID-19 India tracker: State-wise report
ৰাজ্য অনুসৰি ভাৰতৰ শেহতীয়া তথ্য

মহাৰাষ্ট্ৰত সৰ্বাধিক লোক এই মহামাৰীত আক্ৰান্ত হৈছে । ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 10,498 হৈছে ।

আনহাতে মহাৰাষ্ট্ৰৰ পাচতে দ্বিতীয় স্থানত আছে ৰাজস্থান, য'ত 4,395 টা COVID-19 কেচ পোৱা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.