নিউজ ডেস্ক, 5 এপ্ৰিল : ভাৰতত বৰ্তমানলৈকে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছে 3,374 গৰাকী লোক ৷ এই তথ্য সদৰী কৰিছে দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ৷
![COVID-19 India tracker: State-wise report](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6666737_q.jpg)
মন্ত্ৰণালয়ৰ পৰা প্ৰকাশিত তথ্যত দেওবাৰে পুৱা 9 বজালৈকে 3,374 গৰাকী লোক কভিড-19ত আক্ৰান্ত হৈছে ৷ ইয়াৰে 266 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে প্ৰাণ হেৰুৱাইছে 77 গৰাকীয়ে ৷ মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা 490 গৰাকী আৰু তামিলনাডুত 485 গৰাকী ৷
লগতে পঢ়ক : COVID-19ৰ হেঁচাই টোপনি কাঢ়ি নিছে ! ভাল টোপনিৰ বাবে গ্ৰহণ কৰক এইসমূহ উপায়....