ETV Bharat / bharat

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Aug 6, 2020, 1:55 PM IST

দেশত কৰ’ণা আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে 19,64,536 ৰ ঘৰ ৷ আক্ৰান্ত সকলৰ মাজৰ পৰা 13,28,336 গৰাকী ব্যক্তিয়ে চিকিৎসা গ্ৰহণৰ অন্তত সুস্থ হৈ ঘৰলৈ উভটিছে ৷ যি হৈছে মুঠ আক্ৰান্তৰ প্ৰায় 67.62 শতাংশ ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

COVID 19 India tracker: State wise report Etv Bharat news
দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

হায়দৰাবাদ,6 আগষ্ট: বৃহস্পতিবাৰে দেশত কৰ’ণাত আক্ৰান্ত হৈছে সৰ্বাধিক 56,282 গৰাকী লোক ৷ এই সংখ্যা বৃদ্ধিৰ লগে লগে দেশত কৰ’ণা আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰে 19,64,536 ৰ ঘৰ ৷ আক্ৰান্ত সকলৰ মাজৰ পৰা 13,28,336 গৰাকী ব্যক্তিয়ে চিকিৎসা গ্ৰহণৰ অন্তত সুস্থ হৈ ঘৰলৈ উভটিছে ৷ যি হৈছে মুঠ আক্ৰান্তৰ প্ৰায় 67.62 শতাংশ ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

বিগত 24 ঘণ্টাত কোভিড-19 ত আক্ৰান্ত হৈ ভাৰতত মৃত্যুক আঁকোৱালি লৈছে 904 গৰাকী ব্যক্তিয়ে ৷ এই সংখ্যাই মৃতকৰ সংখ্যা 40,699 গৰাকীলৈ বৃদ্ধি কৰে ৷ বৰ্তমান সমগ্ৰ দেশত 5,95,501 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকাৰ কথা প্ৰকাশ পাইছে, যি মুঠ আক্ৰান্তৰ প্ৰায় 30.31 শতাংশ ৷ সম্প্ৰতি কৰ’ণাত আক্ৰান্তৰ মৃত্যুৰ হাৰ 2.07 শতাংশলৈ নিম্নগামী হৈছে ৷

লগতে চাওকঃ ZyCoV-Dৰ প্ৰথম ক্লিনিকেল পৰীক্ষা সম্পন্ন ঘোষণা Zydus Cadilaৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.