ETV Bharat / bharat

ভাৰতত নতুনকৈ COVID-19 ত আক্ৰান্ত ২৩ হাজাৰ ৯৫০ গৰাকী

ভাৰতত কৰ'ণাত আক্ৰান্তৰ সংখ্য়া ২৩ ডিচেম্বৰলৈ ১ কোটি ৯৯ হাজাৰ ৬৬ টা । ICMR ৰ মতে এতিয়ালৈ ১৬ কোটি ৪২ লাখ ৬৮ হাজাৰ ৭২১ টা নমুনাৰ পৰীক্ষণ কৰা হৈছে ।

ভাৰতত নতুনকৈ COVID-19 ত আক্ৰান্ত ২৩ হাজাৰ ৯৫০ গৰাকী
ভাৰতত নতুনকৈ COVID-19 ত আক্ৰান্ত ২৩ হাজাৰ ৯৫০ গৰাকী
author img

By

Published : Dec 23, 2020, 1:00 PM IST

নেশ্য়নেল ডেস্ক , ২৩ ডিচেম্বৰ : ভাৰতত মহামাৰী কৰ'ণাত আক্ৰন্তৰ সংখ্য়া এতিয়াও কমা নাই । কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়য়ে প্ৰকাশ কৰা তথ্য় অনুসৰি বুধবাৰে ভাৰতত COVID-19ত নতুন সংক্ৰমণ হৈছে ২৩,৯৫০ গৰাকী আৰু এই সংখ্য়া বাঢ়ি মুঠ ১ কোটি ৯৯ হাজাৰ ৬৬ টা হয়, যত ৰোগৰ পৰা পুনৰুদ্ধাৰ হৈছে ৯৬.৬৩ লাখ ৰোগী ।

পুৱা ৮ বজাত আপডেট কৰা তথ্য় অনুসৰি নতুনকৈ কৰ'ণাত মৃত্য়ু হোৱা ৩৩৩ গৰাকীৰ সৈতে মুঠ মৃত্য়ুৰ সংখ্য়া হ'লগৈ ১ লাখ ৪৬ হাজাৰ ৪৪৪ গৰাকী । এই ৰোগৰ পৰা পুনৰুদ্ধাৰ হোৱা ৰোগীৰ সংখ্য়া বাঢ়িছে ৯৬ লাখ ৬৩ হাজাৰ ৩৮২ গৰাকীলৈ য'ত ৰাষ্ট্ৰীয় পুনৰুদ্ধাৰৰ হাৰ ৯৫.৬৯ শতাংশ হৈছে । একে সময়তে দেশত COVID-19ত মৃত্য়ুৰ হাৰ ১.৪৫ শতাংশ । ইয়াৰ বিপৰীতে এক ইতিবাচক খবৰ যে দেশত একেৰাহে দ্বিতীয় দিনাও COVID-19 ৰ সক্ৰিয় ঘটনা ৩ লাখৰ তলত থাকে ।

তথ্য় অনুসৰি দেশত কৰ'ণা ভাইৰাছত সংক্ৰমণৰ সক্ৰিয় ঘটনা ২ লাখ ৮৯ হাজাৰ ২৪০ টা, যি মুঠ ঘটনাৰ ২.৮৬ শতাংশ । ভাৰতে COVID-19ত আক্ৰান্তৰ সংখ্য়াই ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ চেপ্তেম্বৰত ৪০ লাখ আৰু ১৬ চেপ্তেম্বৰত ৫০ লাখৰ ঘৰ অতিক্ৰম কৰিছিল । ২৮ চেপ্তেম্বৰত এই সংখ্য়াই অতিক্ৰম কৰিছিল ৬০ লাখ । ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ আৰু ১৯ ডিচেম্বৰত কোটিৰ ঘৰ অতিক্ৰম কৰে COVID-19ত আক্ৰান্তৰ সংখ্য়াই । ICMR ৰ মতে ২২ ডিচেম্বৰলৈ ১৬ কোটি ৪২ লাখ ৬৮ হাজাৰ ৭২১ টা নমুনাৰ পৰীক্ষণ কৰা হৈছে আৰু মংগলবাৰে ১০ লাখ ৯৮ হাজাৰ ১৬৪ টা নমুনাৰ পৰীক্ষা কৰা হয় ।

লগতে পঢ়ক : COVID-১৯ঃ দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.