নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ দেশবাসীক চৰকাৰ বান্ধি দিয়া নিৰ্দেশ তথা মহামাৰী COVID-19 প্ৰতিৰোধ কৰিবলৈ দিয়া লক ডাউনৰ সময়ছোৱাত ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাই বিশিষ্ট অভিনেত্ৰী হেমা মালিনীয়ে ।
- — Hema Malini (@dreamgirlhema) April 15, 2020 " class="align-text-top noRightClick twitterSection" data="
— Hema Malini (@dreamgirlhema) April 15, 2020
">— Hema Malini (@dreamgirlhema) April 15, 2020
লগতে কয়, আপোনালোক যি জাতি তথা ধৰ্মৰে নহওঁক কিয়,আপোনালোক ঘৰৰ ভিতৰত থকাটো অত্যন্ত প্ৰয়োজন । ঘৰৰ ভিতৰত থাকিয়ে আপোনালোকে মহামাৰী COVID-19 ৰ ভয়াৱহতা প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বৰ্ষীয়ান অভিনেত্ৰী হেমা মালিনীয়ে লক ডাউন সন্দৰ্ভত এটি ভিডিঅ'যোগে অনুৰাগী তথা দেশবাসীক কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ সন্দৰ্ভত সজাগ হ'বলৈ পৰামৰ্শ আগবঢ়াই ।
লগতে চাওকঃশিক্ষাৰ্থীসকলৰ মাজত ই-লাৰ্নিঙৰ ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ উত্তৰ প্ৰদেশ চৰকাৰৰ